Eureeka Institute Gelakey

Eureeka Institute Gelakey Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Eureeka Institute Gelakey, Education Website, gelakey, Sivasagar, Assam, India, Sibsagar.

ইউৰেকা ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছ গেলেকী শাখাৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযো...
30/10/2024

ইউৰেকা ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছ গেলেকী শাখাৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ মানপত্ৰ প্ৰদান কাৰ্যসূচীৰ কিছু দৃশ্যাংশ। ✨

যোৱা ২৮ অক্টোবৰ তাৰিখে গেলেকীত ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছৰ নতুন শাখাটি উদ্ধোধন কৰে নামতি শ্বহীদ পিয়...
30/10/2024

যোৱা ২৮ অক্টোবৰ তাৰিখে গেলেকীত ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছৰ নতুন শাখাটি উদ্ধোধন কৰে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ শ্ৰদ্ধাৰ সুনাৰাম বৰুৱা ছাৰে। উক্ত উদ্ধোধনী অনুষ্ঠানত গেলেকী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক, শংকৰদেৱ শিশু নিকেতন, গেলেকীৰ শ্ৰদ্ধাৰ প্ৰধান আচাৰ্যা, হাতিপটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা সমাজ কৰ্মী শ্ৰদ্ধাৰ আব্দুল হেলিম ডাঙৰীয়া , শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক সন্মানীয় মানস জ্যোতি শইকীয়া, গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি আৰু সম্পাদককে প্ৰমুখ্যে গেলেকী অঞ্চলৰ ভালেকেইজন গণ্য মান্য ব্যক্তিৰ লগতে গেলেকীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উক্ত সভাত ইউৰেকা- Eureeka Institute of Computer & Fine Arts ৰ সন্মানীয় প্ৰতিস্থাপক সঞ্চালক অভিজিত চেতিয়াকে প্ৰমুখ্যে ইউৰেকা ইনষ্টিটিউটৰ ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।

আজি গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ত ''Eureeka Institute of Computer and Fine Arts''ক প্ৰতিনিধিত্ব কৰি কম্পিউটাৰ শিক্ষাৰ ...
19/10/2024

আজি গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ত ''Eureeka Institute of Computer and Fine Arts''ক প্ৰতিনিধিত্ব কৰি কম্পিউটাৰ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰা হয়। উক্ত সভাত গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে সকলো শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকল উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত সভাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কম্পিউটাৰ শিক্ষাৰ গ্ৰহণৰ প্ৰতি অধিক মনোগ্ৰাহী হৈ উঠে।

ONGC আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ সংৰক্ষণৰ বাবে ''एक पेड़ मा के नाम'' বাৰ্তাৰে অনুষ্ঠিত বৃক্ষ পুলি বিত...
05/10/2024

ONGC আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিৱেশ সংৰক্ষণৰ বাবে ''एक पेड़ मा के नाम'' বাৰ্তাৰে অনুষ্ঠিত বৃক্ষ পুলি বিতৰণ কাৰ্যসূচীত ''Eureeka Institute'' গেলেকী শাখাৰ প্ৰৱন্ধক উপস্থিত থাকে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ONGC আৰু গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচেষ্টাক ইউৰেকা ইনষ্টিটিউটৈ আদৰণি জনাইছোঁ।

01/10/2024

30/09/2024

Address

Gelakey, Sivasagar, Assam, India
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Eureeka Institute Gelakey posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share