Sharpnest Foundation Sivasagar

Call Contact the school

Sharpnest Foundation Sivasagar A centre for child developing programmes. It includes many courses such as ABACUS,vedic maths, handwriting improvement,brain gym activation, motivation etc

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
10/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতা'ৰ Excellence Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰ প্ৰিয়াংশু মণ্ডল।

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
10/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতা'ৰ Winner Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰ অনিৰ্বাণ গগৈ।

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
09/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতাৰ Winner Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰী নাইৰাহ ৰহমান।

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
09/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতাৰ Winner Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰ অনিৰ্বাণ চেতিয়া।

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
09/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতা'ৰ Winner Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰ জাৰ্জিচ ৰহমান।

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগি...
09/09/2026

SharPNesT Foundationৰ অধীনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান 'প্ৰজ্ঞাৰ ৰামধেনু'ৰ (দ্বিতীয়) অন্তৰ্গত 'দ্ৰুত গণনাৰ প্ৰতিযোগিতা'ৰ Winner Award প্ৰাপ্ত প্ৰতিভাশালী ছাত্ৰী মুবাচ্চিৰা আনজুম ৰহমান।

05/06/2026
আমাৰ SharPNesT Foundationৰ অধীনত SmartKid Abacusৰ ছাত্ৰদ্বয় ক্ৰমে বিজিতাশ্য দত্ত আৰু ময়ুখ কাশ্যপে MAATSৰ অধীনত যোৱা ডিচ...
09/02/2026

আমাৰ SharPNesT Foundationৰ অধীনত SmartKid Abacusৰ ছাত্ৰদ্বয় ক্ৰমে বিজিতাশ্য দত্ত আৰু ময়ুখ কাশ্যপে MAATSৰ অধীনত যোৱা ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় এবাকাচ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল‌।
উক্ত প্ৰতিযোগিতাত ময়ুখে মাত্ৰ তিনি মিনিটত ৭৮ টা অংকৰ শুদ্ধ উত্তৰ কৰি ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
লগতে বিজিতাশ্যইও যথেষ্ট সন্তোষজনক ফলাফল আগবঢ়ায়।
MAATSৰ তৰফৰ পৰা দুয়োলৈকে ট্ৰফী, মেডেল আৰু চাৰ্টিফিকেট প্ৰদান কৰা হয়‌।

শিৱসাগৰ ৰংপুৰস্থিত জ্ঞানমালিনী একাডেমীয়ে আয়োজন কৰা প্ৰাথমিক আৰু মাধ্যমিক বৃত্তি পৰীক্ষাত আমাৰ SharPNesT Foundation শিৱসা...
05/02/2026

শিৱসাগৰ ৰংপুৰস্থিত জ্ঞানমালিনী একাডেমীয়ে আয়োজন কৰা প্ৰাথমিক আৰু মাধ্যমিক বৃত্তি পৰীক্ষাত আমাৰ SharPNesT Foundation শিৱসাগৰৰ পৰা দুজন ছাত্র আমীৰ হামজা ( ১ নং টাউন প্ৰাথমিক বিদ্যালয়) ,অনয়ন বুঢ়াগোহাঁই ( লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন) প্ৰাথমিক বৃত্তি আৰু চুমাইয়া য়াহয়া (আদৰ্শ শিক্ষা ভৱন) মাধ্যমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হয়।
যোৱা ২৬ জানুৱাৰী ,২০২৬ তাৰিখে জ্ঞানমালিনী একাডেমিত ছাত্র ছাত্ৰীসকলক এই বৃত্তি আৰু মানপত্ৰ প্ৰদান কৰা হয়।

শিৱসাগৰৰ আমাৰ এবাকাচৰ ছাত্র অনয়ন বুঢ়াগোহাঁয়ে অংকন কৰা এখনি সুন্দৰ চিত্ৰৰ সৈতে সকলোকে সুপ্ৰভাত জনাইছোঁ।
03/02/2026

শিৱসাগৰৰ আমাৰ এবাকাচৰ ছাত্র অনয়ন বুঢ়াগোহাঁয়ে অংকন কৰা এখনি সুন্দৰ চিত্ৰৰ সৈতে সকলোকে সুপ্ৰভাত জনাইছোঁ।

Address

Darbar Road
Sibsagar
785640

Telephone

+919101675339

Website

Alerts

Be the first to know and let us send you an email when Sharpnest Foundation Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sharpnest Foundation Sivasagar:

Shortcuts

Share

Category