দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Sibsagar
  • দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়

দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয় প্ৰাথমিক শিক্ষাৰ এক নিৰ্ভৰযোগ্য অনুষ্ঠান ।

মহামানৱৰ মহাপ্ৰয়াণৰ আজি এবছৰ হ'ল । আজিও আমি তোমাক আগৰ দৰেই ভালপাওঁ ।তোমাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।
19/09/2026

মহামানৱৰ মহাপ্ৰয়াণৰ আজি এবছৰ হ'ল । আজিও আমি তোমাক আগৰ দৰেই ভালপাওঁ ।
তোমাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ।

আজি SBI PENSIONER ASSOCIATIONৰ ফালৰপৰা আমাৰ দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয় লৈ ১৫যোৰ ডেস্ক-বেঞ্চ প্ৰদান কৰে । এই বদান্যতা...
10/09/2026

আজি SBI PENSIONER ASSOCIATIONৰ ফালৰপৰা আমাৰ দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয় লৈ ১৫যোৰ ডেস্ক-বেঞ্চ প্ৰদান কৰে । এই বদান্যতাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ লগতে আমাৰ সকলোৰে তৰফৰপৰা এখনি কৃতজ্ঞতা স্বীকাৰ পত্ৰ ধন্যবাদৰ চিন স্বৰূপে জ্ঞাপন কৰিলোঁ ।

আমাৰ দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়োৱা অৱদানৰ বাবে অশেষ ধন্যবাদ ।
08/09/2026

আমাৰ দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়লৈ আগবঢ়োৱা অৱদানৰ বাবে অশেষ ধন্যবাদ ।

GOVT. H.S. & M.P. SCHOOL , শিৱসাগৰ  (BATCH-1985)  আৰু  AEC (BATCH-1992)ৰ তৰফৰপৰা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে কিছু সামগ্ৰী প...
22/08/2026

GOVT. H.S. & M.P. SCHOOL , শিৱসাগৰ (BATCH-1985) আৰু AEC (BATCH-1992)ৰ তৰফৰপৰা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে কিছু সামগ্ৰী প্ৰদান কৰে লগতে আমাৰ বিদ্যালয়লৈ দুটা আলমিৰাও প্ৰদান কৰিব জনায় । এই আপাহতে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

আজি দিনাংক ২২/০৮/২০২৬ তাৰিখ, শনিবাৰে SBI PENSIONER ASSOCIATION ( NORTH-EAST REGION  , GUWAHATI) ৰ বিষয়া সকলৰ  তৰফৰপৰা আম...
22/08/2026

আজি দিনাংক ২২/০৮/২০২৬ তাৰিখ, শনিবাৰে SBI PENSIONER ASSOCIATION ( NORTH-EAST REGION , GUWAHATI) ৰ বিষয়া সকলৰ তৰফৰপৰা আমাৰ বিদ্যালয়লৈ বান সাহাৰ্য আগবঢ়ায় । সাহাৰ্য হিচাপে শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ বাবে কিছু সামগ্ৰী লগতে বিদ্যালয়ৰ ডেস্ক-বেঞ্চ ১৫ যোৰ দিয়াৰ কথা ঘোষণা কৰে আৰু অগ্ৰিম ধন হিচাপে ২৫,০০০ টকা আগবঢ়ায় আৰু বাকী ধন কামৰ শেষত দিয়াৰ কথা দিয়ে । এই আপাহতে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । আপোনালোকৰ এই সহায়ৰ বাবে আমি চিৰকৃতজ্ঞ হৈ থাকিম ।
PENSIONER ASSOCIATION(NORTH-EAST REGION, GUWAHATI)

আজি ৭ আগষ্ট , ২০২৬ তাৰিখেও বিদ্যালয়খন বানপানীৰ কবলত ।  সকলো ধ্বংস হ'ল বিদ্যালয়ৰ  । CMO Assam Himanta Biswa Sarma Ranoj P...
07/08/2026

আজি ৭ আগষ্ট , ২০২৬ তাৰিখেও বিদ্যালয়খন বানপানীৰ কবলত । সকলো ধ্বংস হ'ল বিদ্যালয়ৰ ।
CMO Assam
Himanta Biswa Sarma
Ranoj Pegu
Sushanta Borgohain

আমাৰ বিদ্যালয়খন আজি ০১ আগষ্ট, ২০২৬ তাৰিখেও বানপানীত ডুব গৈ আছে । শিৱসাগৰ জিলাত  ০৯/০৮/২০২৬ তাৰিখলৈকে যিবোৰ বিদ্যালয়ত বৰ্...
01/08/2026

আমাৰ বিদ্যালয়খন আজি ০১ আগষ্ট, ২০২৬ তাৰিখেও বানপানীত ডুব গৈ আছে । শিৱসাগৰ জিলাত ০৯/০৮/২০২৬ তাৰিখলৈকে যিবোৰ বিদ্যালয়ত বৰ্তমানেও বানৰ পানী সোমাই আছে , সেইসমূহ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে । আজিৰ পৰিস্থিতি দেখি এনে লগা নাই যে আমি বিদ্যালয় ১১/০৮/২০২৬ তাৰিখে খুলিব পাৰিম । এই বানপানীত বিদ্যালয়ৰ বহু সম্পদ নষ্ট হৈ গ'ল যেনে ডেস্ক-বেঞ্চৰপৰা আৰম্ভ কৰি TV , SOUND SYSTEMৰ লৈকে । বানপানী শেষ হোৱাৰ পাছত পুনঃ বিদ্যালয়খন কাৰ্যক্ষম কৰিবলৈ সকলোৰে সহায়-সহযোগ কামনা কৰিলোঁ ।
CMO Assam
Himanta Biswa Sarma
Ranoj Pegu
Sushanta Borgohain

বিদ্যালয়ত প্ৰথমবাৰৰ বাবে উদ্ভৱ হোৱা বানৰ বীভিষিকা ....দিনাংক:- ২২/০৭/২০২৬
22/07/2026

বিদ্যালয়ত প্ৰথমবাৰৰ বাবে উদ্ভৱ হোৱা বানৰ বীভিষিকা ....
দিনাংক:- ২২/০৭/২০২৬

"কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস" উদ্‌যাপনৰ লগতে সংগতি ৰাখি বিদ্যালয়ত আয়োজন কৰা "সম্প্ৰীতি ভোজন"ৰ কিছু স্মৃতি...দিনাংক : ...
21/06/2026

"কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস" উদ্‌যাপনৰ লগতে সংগতি ৰাখি বিদ্যালয়ত আয়োজন কৰা "সম্প্ৰীতি ভোজন"ৰ কিছু স্মৃতি...
দিনাংক : ২০/০৬/২০২৬

"বিশ্ব পৰিৱেশ দিৱস"ৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলক লৈ সজাগতা ৰেলী, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।দিনাং...
05/06/2026

"বিশ্ব পৰিৱেশ দিৱস"ৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলক লৈ সজাগতা ৰেলী, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
দিনাংক- ০৫/০৬/২০২৬
স্থান- দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়

Address

VILL & P. O./JOIRAPAR GAON
Sibsagar
785697

Opening Hours

Monday 8:30am - 2:30pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 12:10pm

Telephone

+917896244042

Website

Alerts

Be the first to know and let us send you an email when দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to দেওবিল বনুৱা প্ৰাথমিক বিদ্যালয়:

Shortcuts

Share

Category