13/08/2026
"Assam Electronics Development Corporation Ltd "(AMTRON Govt Undertaking) দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইষ্টাৰ্ণ কম্পিউটাৰ প্ৰতিষ্ঠানে(ECI)বহুতো শিক্ষাৰ্থীৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত ৪৫ খন আসনৰ কাৰণে বিনামূলীয়া নামভৰ্তি (No Joining Fees) প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে, আগষ্ট মাহৰ ১ তাৰিখ পৰা,গতিকে আপোনাৰ ল'ৰা বা ছোৱালীক যদি কম্পিউটাৰ শিক্ষাৰ বাবে চিন্তা কৰি আছে তেনেহলে পলম নকৰি অসম চৰকাৰৰ অধীনত থকা Amtron দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আমাৰ প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰক.. লগতে এক সোণোৱালী ভৱিষ্যতৰ অংশীদাৰ হওক।
যোগাযোগৰ বাবে+8822070015/910 168 3952
ধন্যবাদ