Pragoti LP School, Atal Pathar-Sapekhati.

Pragoti LP School, Atal Pathar-Sapekhati. A page to get the informations of our school.

 #প্ৰথম_মান_নিৰূপন
18/06/2025

#প্ৰথম_মান_নিৰূপন

2025 ইং চনত অসম চৰকাৰে অনুষ্ঠিত কৰা গুণোৎসৱত প্ৰগতি প্ৰাথমিক বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে অনুষ্...
27/03/2025

2025 ইং চনত অসম চৰকাৰে অনুষ্ঠিত কৰা গুণোৎসৱত প্ৰগতি প্ৰাথমিক বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে অনুষ্ঠিত কৰা 6 বাৰ গুণোৎসৱৰ 3 বাৰত A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। 2023 ইং চনৰ পৰা একেৰাহে 3 বাৰ A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ বাবে সমুহ ছাত্র- ছাত্ৰী, অভিভাবক-অভিভাবিকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্বনিতে সমুহ সদস্য-সদস্যা, হিতাকাংক্ষী সকললৈ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আগন্তুক দিনবোৰতো সকলোৰে সহায় সহযোগিতা পাই থাকিম বুলি আশা কৰিলো।

18/03/2025
আগতীয়াকৈ হোলীৰ আনন্দ
13/03/2025

আগতীয়াকৈ হোলীৰ আনন্দ

01-03-2025
02/03/2025

01-03-2025

 #গুণোৎসৱ_2025
21/01/2025

#গুণোৎসৱ_2025

ধুনীয়া পৃথিৱীখন ধুনীয়া কৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দ্বায়িত্ব, গছ থাকিলেহে মানুহ থাকিব গতিকে যিমান পাৰে গছ পুলি ৰুব।
05/06/2023

ধুনীয়া পৃথিৱীখন ধুনীয়া কৈ ৰখাটো আমাৰ প্ৰত্যেকৰে দ্বায়িত্ব, গছ থাকিলেহে মানুহ থাকিব গতিকে যিমান পাৰে গছ পুলি ৰুব।

অৱশেষত ফলাফল চাব পাৰিলো। যোৱাকালি ঘোষণা কৰা গুণোৎসৱ-2023 ৰ ফলাফল অনুসৰি আমাৰ বিদ্যালয়খনে "A+" (94.22%) গ্ৰেড পাবলৈ সক্ষ...
26/04/2023

অৱশেষত ফলাফল চাব পাৰিলো। যোৱাকালি ঘোষণা কৰা গুণোৎসৱ-2023 ৰ ফলাফল অনুসৰি আমাৰ বিদ্যালয়খনে "A+" (94.22%) গ্ৰেড পাবলৈ সক্ষম হৈছে। এই ছেগতে বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত থকা বিদ্যালয় পৰিচালনা সমিতি, মৰমৰ শিক্ষাৰ্থী সকল, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰী, মাতৃগোট, ৰন্ধন কৰ্মী বাইদেউ দুগৰাকী, প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী, গাওঁপ্ৰধান, CRCC মহোদয়ৰ লগতে সেই অঞ্চলৰ সকলো শুভাকাংক্ষীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

03/02/2023

Address

Atal Pathar, P. O./Ghorajan, Dist./Charaideo(Assam)
Sapekhati
785692

Opening Hours

5am - 5pm

Telephone

+919864221523

Website

Alerts

Be the first to know and let us send you an email when Pragoti LP School, Atal Pathar-Sapekhati. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Pragoti LP School, Atal Pathar-Sapekhati.:

Shortcuts

Share

Category