Target For ADRE 2024

Target For ADRE 2024 This is official page শিক্ষাই আমাক আগুৱাই নিয়ে।।

03/09/2024
Important gk
27/08/2024

Important gk

25/08/2024

গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উওৰ
____&&_________
1.কবিৰাজ চক্ৰবৰ্তী আহোমৰ কোনজন ৰজাৰ শাসন কালৰ ৰাজ কবি আছিল?
=>ৰুদ্ৰ সিংহ।
২। শিৱ সিংহৰ শাসন কালৰ ৰাজ কবি কোন আছিল?
=>সুকুমাৰ বৰকাইথ।
৩। ৰাজেশ্বৰ সিংহৰ শাসন কালৰ ৰাজ কবি কোন আছিল?
=>নুমলী বৰগোহাঁই।
৪। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজা শাসন কাল সংঘটিত হৈছিল?
=>Lakhi Singh
৫। মান সকলে কাৰ শাসন কালত অসম আক্ৰমণ কৰিছিল?
=>চন্দ্ৰকান্ত সিংহ

Important gk
23/08/2024

Important gk

15/08/2024

গুৰুত্বপূর্ণ বিশ্ববিদ্যালয়সমূহ
__________________________
১। অসম কৃষি মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৪৮চনত(যোৰহাটত)
২। অসম পশু মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৪৮চনত
৩। অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৬৯চনত
৪। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৪৮ চনৰ ২৬জানুৱাৰীত
৫। অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৪৭চনৰ৩নৱেম্বৰত
৬। শিলচৰ মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
=>১৯৬৮চনত।

15/08/2024

Happy 78th Independence Day 2024 all of you 🇮🇳🇮🇳

09/08/2024

বিজ্ঞানৰ কিছু গুৰুত্বপূর্ণ প্ৰশ্নৰ উওৰ

১। কাৰ্যৰ SI একক কি?
=>জুল।
২। চাপৰ SI একক কি?
=>পাস্কেল।
৩। ক্ষমতাৰ SI একক কি?
=>ৱাট
৪। বলৰ SI একক কি?
=>নিউটন।
৫। 1HP=?
=>৭৪৬ ৱাট
৬। বেগৰ si একক কি?
=>মি/চে.

09/08/2024

বৰ্তমান ভাৰতৰ World Heritage Site কেইখন?

Address

Vill:-Rajabura
North Lakhimpur
787052

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Target For ADRE 2024 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Target For ADRE 2024:

Shortcuts

Share