Global Public School , Angerkhowa

Global Public School , Angerkhowa A Co-Educational English Medium School.

আজি ইংৰাজী ২৩জুলাই ২০২৩ তাৰিখ দেওবাৰে  আমাৰ সকলোৰে শ্ৰদ্ধাৰ  এঙাৰখোৱা চাৰিআলি নিবাসী থানেশ্বৰ বৰুৱা চাৰৰ  দেহাৱসান হয় । ...
23/07/2023

আজি ইংৰাজী ২৩জুলাই ২০২৩ তাৰিখ দেওবাৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ এঙাৰখোৱা চাৰিআলি নিবাসী থানেশ্বৰ বৰুৱা চাৰৰ দেহাৱসান হয় । শলাল তেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ লোৱা বৰুৱা চাৰ আজীৱন শিক্ষক ৰূপেই সকলোৰে ওচৰত পৰিচিত হৈ থাকিব । অৱসৰৰ পিচতো চাৰ আজীৱন এঙাৰখোৱা চাৰিআলিৰ শঙ্কৰদেৱ বিদ্যা নিকেতনৰ পথ প্ৰদৰ্শক হিচাপে কাৰ্য নিৰ্বাহ কৰি বিদ্যালয় খনক এক সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰে । নাটকৰ মানুহ হিচাপেও বৰুৱা চাৰে বিদ্যালয়ত ছাত্ৰ- ছাত্ৰী সকলক নাটকত অভিনয় কৰিবলৈ শিকোৱাৰ লগতে নিজেও এঙাৰখোৱা চাৰিআলিৰ ৰাস ত অভিনয় কৰাৰ লগতে স্থানীয় শিল্পী সকলকো অভিনয়ৰ শিক্ষা দিছিল ।তেখেতৰ মৃত্যু এই অঞ্চলৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰৰ এক অপূৰণীয় ক্ষতি । আমাৰ বিদ্যালয় পৰিয়ালৰ সকলোৱে গভীৰ শোক প্ৰকাশৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ।

"The greatness of a nation and its moral progress can be judged by the way its animals are treated.” Remembering the fat...
02/10/2022

"The greatness of a nation and its moral progress can be judged by the way its animals are treated.”
Remembering the father of the Nation

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। গুৰুজনাৰ জীৱনাদৰ্শ আৰ...
15/09/2022

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। গুৰুজনাৰ জীৱনাদৰ্শ আৰু মহান বাণীসমূহ প্ৰতিজন অসমীয়াৰ বাবে পদ-প্ৰদৰ্শক হৈ ৰওঁক।

জয়গুৰু শঙ্কৰ           সৰ্ব্ব গুণাকৰ         যাকেৰি নাহিকে উপামতোহাৰি চৰণতে         ৰেণু শত কোটি        বাৰেক কৰোহো প্ৰণ...
29/08/2022

জয়গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণতে ৰেণু শত কোটি
বাৰেক কৰোহো প্ৰণাম ।।

অসমৰ জাতীয় জীৱনৰ ইতিহাস বিচাৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ এক বিস্ময়াবহ ব্যক্তিত্ব । তেখেত শিল্প , সাহিত্য, সংস্কৃতিৰ মাৰ্গদৰ্শক হোৱাৰ উপৰিও অসমীয়া আধ্যাত্মিক জীৱনৰ ভেটি নিৰ্মাতা। আজি পৱিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ। গুৰুজনাৰ ভক্তি আদৰ্শৰ মাৰ্গ দৰ্শনে আটাইকে সমৃদ্ধ কৰক তাৰেই কামনা কৰিলোঁ।

SUMMER CAMP
18/07/2022

SUMMER CAMP

May Allah bless you with the gift of kindness, patience and love. Eid Mubarak!
10/07/2022

May Allah bless you with the gift of kindness, patience and love. Eid Mubarak!

আজি ৰাভাদিৱস উপলক্ষ্যে কলাগুৰু বিষ্ণুপ্ৰসাদৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো । অসমৰ সমাজজীৱনলৈ ৰাভা দেৱৰ অতুলনীয় অৱদানআমি সদ...
20/06/2022

আজি ৰাভাদিৱস উপলক্ষ্যে কলাগুৰু বিষ্ণুপ্ৰসাদ
ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো । অসমৰ সমাজ
জীৱনলৈ ৰাভা দেৱৰ অতুলনীয় অৱদান
আমি সদায় শ্ৰদ্ধাৰে সুঁৱৰি যাম ।

Address

KB Road
North Lakhimpur

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919957682626

Website

Alerts

Be the first to know and let us send you an email when Global Public School , Angerkhowa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category