CLP Abacus North Lakhimpur

CLP Abacus North Lakhimpur This page, We discuss about CLP Abacus and Educational topic which help our child.

CLP Abacus Lakhimpur কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ মাজত স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্ট তাৰিখে পুৱা ৮বজাৰ পৰা ৯ বজালৈকে চিত্ৰ...
11/08/2021

CLP Abacus Lakhimpur কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ মাজত স্বাধীনতা দিৱস উপলক্ষে 15 আগষ্ট তাৰিখে পুৱা ৮বজাৰ পৰা ৯ বজালৈকে চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু 10 বজাৰ পৰা এটি কাৰ্যক্ৰম অনুস্থিত কৰা হৈছে। শিক্ষাৰ্থী সকলে কবিতা আবৃত্তি, গীত পৰিবেশন, নৃত্য প্ৰদৰ্শন, যোগ প্ৰদৰ্শন আৰু বক্তৃতা প্ৰদান কৰিব পাৰিব। বক্তৃতাৰ বিষয় "কভিড 19 আৰু আমাৰ শিক্ষাৰ্থী জীৱন".

আমাৰ কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ যোগাভ্যাস।
11/07/2021

আমাৰ কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ যোগাভ্যাস।

04/07/2021

CLP ABACUS LAKHIMPUR CENTRE ৰ
Level 1ৰ নতুন নামভৰ্তিকৰণ প্ৰক্ৰিয়া অনলাইন মাধ্যমেৰেই চলি আছে । আজিও নতুনকৈ নামভৰ্তিকৰণ সুচাৰুৰূপে সম্পন্ন হ'ল । নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থী কেইজনক আমাৰ CLP ABACUS LAKHIMPUR CENTRE লৈ স্বাগতম জনাইছো। তেওলোকৰ একাগ্ৰতা আৰু অধ্যব্যৱসায়ৰ যোগৰে ঈপ্সিত লক্ষ্যত উপনীত হওক।

আজি আমাৰ কেন্দ্ৰৰ ৰাভা দিৱসৰ কেইটামান মূহুৰ্ত।
20/06/2021

আজি আমাৰ কেন্দ্ৰৰ ৰাভা দিৱসৰ কেইটামান মূহুৰ্ত।

05/06/2021

CLP Abacus Lakhimpur কেন্দ্ৰৰ দ্বাৰা আয়োজিত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ নিয়মাৱলী:

1.প্ৰতিযোগিতাৰ বিষয় "পৰিবেশত অক্সিজেন বৃদ্ধিৰ বাবে তোমাৰ কৰণীয়"।
2.প্ৰতিযোগিতাৰ সময় বিয়লি ৫ বজাৰ পৰা ৭ বজালৈকে।
3. আমি দিয়া বিষয়ৰ ওপৰত এখনি ছবি আকি তাত নিজৰ নাম,শ্ৰেণী আৰু ঠিকনা লিখিব লাগিব।
4.সন্ধিয়া ৭বজাৰ ভিতৰত "CLP Lakhimpur Online" whatsapp groupলৈ পঠাব লাগিব।
5.প্ৰতিযোগিতাৰ কোনো যোগদান মাচুল নালাগে।
6.বিচাৰক সকলে বিচাৰ কৰি প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত সকলক নিৰ্বাচিত কৰিব।

02/06/2021

Priyanshu Saikia
Level: I
CLP ABACUS Lakhimpur

01/06/2021

CLP Abacus Lakhimpur কেন্দ্ৰৰ দ্বাৰা আয়োজিত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ নিয়মাৱলী:

1.প্ৰতিযোগিতাৰ বিষয় ৫জুন তাৰিখে বিয়লি ৩ বজাত জনোৱা হব।
2.প্ৰতিযোগিতাৰ সময় বিয়লি ৫ বজাৰ পৰা ৭ বজালৈকে।
3. আমি দিয়া বিষয়ৰ ওপৰত এখনি ছবি আকি তাত নিজৰ নাম,শ্ৰেণী আৰু ঠিকনা লিখিব লাগিব।
4.সন্ধিয়া ৭বজাৰ ভিতৰত "CLP Lakhimpur Online" whatsapp groupলৈ পঠাব লাগিব।
5.প্ৰতিযোগিতাৰ কোনো যোগদান মাচুল নালাগে।
6.বিচাৰক সকলে বিচাৰ কৰি প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত সকলক নিৰ্বাচিত কৰিব।

CLP Abacus,Lakhimpur ৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে অহা 5 জুন,২০২১,তাৰিখে সন্ধ্যা ৫ বজাৰ পৰা ৭ বজালৈ  শিশু সকলৰ (পঞ্...
31/05/2021

CLP Abacus,Lakhimpur ৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে অহা 5 জুন,২০২১,তাৰিখে সন্ধ্যা ৫ বজাৰ পৰা ৭ বজালৈ শিশু সকলৰ (পঞ্চম শ্ৰেণী লৈকে)মাজত সদৌ অসম ভিত্তিত এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগী সকলে 8638783832 নম্বৰত যোগাযোগ কৰিব। প্ৰতিযোগিতাৰ নিয়মাৱলী CLP Abacus ,Lakhmpur page ত উপলব্ধ হ'ব।

27/05/2021

আজি অনুষ্ঠিত হোৱা সাধু কথন প্ৰতিযোগিতাত
প্ৰথম স্থান: শ্ৰী মতী জ্ঞানভী শৰ্মা।
দ্বিতীয় স্থান: শ্ৰী মতী কৌস্মৃতা শইকীয়া।
তৃতীয় স্থান: শ্ৰী মতী মুক্তিকা দত্ত
আৰু শ্ৰী মতী নিষ্ঠা দত্ত।
প্ৰিয় গ্ৰন্থৰ ওপৰত বক্তৃতা প্ৰতিযোগিতাত
প্ৰথম স্থান: শ্ৰী দেৱপ্ৰীতম শৰ্মা।
দ্বিতীয় স্থান: শ্ৰী মতী দীক্ষা বৰা।
তৃতীয় স্থান: শ্ৰী মতী দিব্যাঞ্চী ভৰদ্বাজ।
সকলো প্ৰতিযোগীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

Address

North Lakhimpur

Telephone

+919854301140

Website

Alerts

Be the first to know and let us send you an email when CLP Abacus North Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category