Durdiganta

Durdiganta দিগন্ত dírbí ফেচবুক পেজ টো সকলোহে ফল্লৈ কৰিব বুলি আশা ৰাখিছোঁ।।।

23/04/2025
25/08/2021

অলপ আনন্দ সময়ত গান গাই ফুৰ্তি

25/08/2021

Ali aye lingang Ubota 2021

22/04/2020

💓জাতীয় সাজপাৰ প্ৰতিযোগিতা💓
৬০৮ নং প্ৰতিযোগী
নাম- দেৱজানী খনিকৰ
বয়স- ২৫ বছৰ
ঠিকনা - লখিমপুৰ

"সমগ্ৰ বিশ্বতে ক'ৰুনা ভাইৰাছে যি মহামাৰীৰ সৃষ্টি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ঘৰতে থাকক, সুস্থ থাকক"
✔️ ৰঙালী বিহুৰ উপলক্ষে আমাৰ Assam-সাৰেগামা অসম" পেজৰ তৰফৰ পৰা অসমৰ জাতীয় সাজপাৰ প্ৰতিযোগিতা এখন আয়োজন কৰা হৈছে ।
✔️প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ আমালৈ আপোনাৰ প্রেৰণ কৰক ।
☎️9365475930
☎️7399405819
✏️প্ৰতিযোগিতাৰ নিয়মাৱলী :
✔️প্ৰতিযোগিতয়ে পেজখন কৰাতো বাধ্যতামূলক ।
✔️ ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হব।
✔️এটা লাইকত ১ নম্বৰ, এটা কমেন্টত ২ নম্বৰ আৰু এটা শ্বেয়াৰত ৩ নম্বৰ থাকিব ।
✔️ফটোখন নিজৰ নিজৰ জাতীয় সাজপাৰত থকা হব লাগিব ।
✔️এজন ব্যক্তিৰ এটা কমেন্ট ধৰা হব। সমূহ যোগ কৰা নহয় ।
✔️ফটো জমা কৰাৰ অন্তিম তাৰিখ হৈছে ২৮ এপ্ৰিল ।
✏️৩ মে'ত ফলাফল ঘোষণা কৰা হব ।
👉বিজয়ী প্ৰতিযোগী 2 গৰাকীক (উচ্চশাখা- নিম্নশাখা) একোখনকৈ মানপত্র আৰু নগদ ধনেৰে পুৰষ্কিত কৰা হব ।
✔️নিম্নশাখাৰ প্ৰতিযোগীৰ বয়স ৬ মাহৰ পৰা ১২ বছৰ ।
✔️উচ্চশাখাৰ প্ৰতিযোগীৰ বয়স ১৩ বছৰৰ পৰা ৬০ বছৰ ।
👉এই পেজখন কৰাটো বাধ্যতামূলক, যিহেতু ফলাফল সমূহ ইয়াতেই ঘোষণা কৰা হব গতিকে সকলো খবৰ আপোনালোকে পাই থকাটো অতি প্ৰয়োজন ।

বি:দ্ৰ: আপোনাৰ নম্বৰৰ সম্পূৰ্ণ দায়িত্ব পেজৰ হাতত।
আমাৰ এই প্ৰচেষ্টাত সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ।

ধন্যবাদেৰে
Saregama Assam-সাৰেগামা অসম

জয় আই অসম
#ঘৰত থাকক
#সুস্থ থাকক

Address

North Lakhimpur

Telephone

+919365604540

Website

Alerts

Be the first to know and let us send you an email when Durdiganta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Durdiganta:

Shortcuts

Share