Advancement of education

Advancement of education Educational information

20/05/2026

NCC-ৰ উপকাৰিতা (Benefits of NCC) –
শৃংখলা আৰু নেতৃত্ব গুণ বৃদ্ধি কৰে
NCC-এ ছাত্ৰ-ছাত্ৰীৰ মাজত শৃংখলা, দায়িত্ববোধ আৰু নেতৃত্ব দিয়াৰ ক্ষমতা গঢ়ি তোলে।
দেশপ্ৰেমৰ মনোভাৱ গঢ়ি তোলে
দেশৰ প্ৰতি মৰম, সম্মান আৰু সেৱাৰ মনোভাৱ বৃদ্ধি পায়।
শাৰীৰিক আৰু মানসিক বিকাশ হয়
পেৰেড, কেম্প, ড্ৰিল আদি কাৰ্যসূচীৰ জৰিয়তে শৰীৰ সুস্থ আৰু মন দৃঢ় হয়।
আত্মবিশ্বাস বৃদ্ধি পায়
মঞ্চত কথা কোৱা, দলেৰে কাম কৰা আৰু বিভিন্ন প্ৰতিযোগিতাত অংশ লোৱাৰ ফলত আত্মবিশ্বাস বাঢ়ে।
সেনা বাহিনীত যোগদানত সুবিধা হয়
Army, Navy, Air Force আদিত যোগদানৰ ক্ষেত্ৰত NCC Certificate থাকিলে অগ্ৰাধিকাৰ পোৱা যায়।
চাকৰিৰ ক্ষেত্ৰত লাভজনক
অনেক চৰকাৰী চাকৰিত NCC Certificate-ৰ বাবে অতিৰিক্ত নম্বৰ বা সুবিধা দিয়া হয়।
কেম্প আৰু ভ্ৰমণৰ সুযোগ
বিভিন্ন ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেম্পত অংশ লোৱাৰ সুযোগ পোৱা যায়, যাৰ জৰিয়তে নতুন অভিজ্ঞতা লাভ হয়।
জৰুৰীকালীন সহায়ৰ শিক্ষা পোৱা যায়
প্ৰাকৃতিক দুৰ্যোগ বা সমাজসেৱামূলক কামত কেনেকৈ সহায় কৰিব লাগে সেই শিক্ষা লাভ হয়।
দলীয় মনোভাৱ গঢ়ি তোলে
সহযোগিতা, বন্ধুত্ব আৰু একেলগে কাম কৰাৰ মানসিকতা বৃদ্ধি পায়।
ভৱিষ্যতৰ বাবে উপযোগী ব্যক্তিত্ব গঢ়ে
NCC-এ এজন ছাত্ৰক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে। Part 1

NCC-এ এজন ছাত্ৰক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে।

30/01/2026

“ব্যক্তিত্ব অবিহনে এজন ব্যক্তিয়ে জীৱনত আগবাঢ়ি যাব নোৱাৰে। ব্যক্তিত্বই মানুহৰ চৰিত্ৰগত দুৰ্বল আচৰণসমূহ অতিক্ৰম কৰাত সহায় কৰে। সেয়ে শিক্ষাৰ্থীৰ মনত ব্যক্তিত্ব বিকাশ কৰাটো অতি গুৰুত্বপূৰ্ণl
#ব্যক্তিত্ব_বিকাশ
#প্ৰেৰণামূলক_বক্তৃতা
#শিক্ষাৰ্থীৰ_উন্নয়ন
#জীৱনৰ_সফলতা
#মানৱিক_মূল্যবোধ
#শিক্ষা_আৰু_নৈতিকতা
#চৰিত্ৰ_গঠন
#ভৱিষ্যৎ_নির্মাণ
#শিক্ষাই_আলোকিত_কৰে

03/01/2026

Happy new year🎇🎇🎇 All of you.......

02/01/2026

ল’ৰা ধেমালিবোৰে
অতীতৰ বহু কথাই মনত পেলাই দিয়ে।
নিঃশব্দে উভতি আহে সৰু সৰু স্মৃতিবোৰ,
হাঁহিৰ মাজতেই লুকাই থাকে
এটি সময়, এটি জীৱন।
#লৰাধেমালি
#অতীতৰস্মৃতি
#স্মৃতিবোৰ
#শৈশৱ
#হাঁহিৰক্ষণ
#নষ্টালজিয়া
#মনভৰা
#জীৱনৰমুহূৰ্ত

19/12/2025

প্ৰকৃতিপ্ৰিয়া, তোমাৰ এই যাত্ৰা আগলৈকে সদায় উজ্বল হওক l সংগীতেই হওক, তোমাৰ পাখি আৰু সফলতাই হওক তোমাৰ আকাশ—উজ্বল ভৱিষ্যতৰ বাবে শুভকামনা।” ✨
।” ✨🎶

09/12/2025

📢 প্ৰিয় ছাত্ৰ-ছাত্ৰীবৃন্দ,
মই এটা সহায়ক আৰু সহজ ভিডিঅ’ দিছো , য’ত তোমালোকে নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰি Pariksha Pe Charcha-ত কেনেদৰে ৰেজিষ্ট্ৰেশন কৰিব পাৰে সেইটো দেখুওৱা হৈছে।
ভিডিঅ’টো ভালদৰে চোৱা আৰু পদক্ষেপবোৰ অনুসৰণ কৰা—ৰেজিষ্ট্ৰেশন কৰা একেবাৰে সহজ হ’ব! ✔️😊
ParikshaPeCharcha

07/12/2025

The onion cell wall

07/12/2025
07/12/2025

Assam Police Sishu Mitra

Address

Gelakey/Missajan
Nazira
785684

Alerts

Be the first to know and let us send you an email when Advancement of education posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category