11/01/2023
অইন বেলিৰ দৰে এইবেলিও ড° সূৰ্য্য কুমাৰ ভূঞা একাডেমীত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কর্মচাৰী বৃন্দই সিপিঠিত দিয়া কাৰ্যসূচীৰে অহা ১১ মাঘ (২৬ জানুৱাৰী, ২০২৩) বৃহস্পতিবাৰে বাগদেৱী বীণাপাণিৰ পাদকমলত এপাহি পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ মানস কৰিছোঁ।
বাগ বন্দনাৰ সমূহ কাৰ্যসূচীতে আপোনাৰ / আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।🙏🙏🙏🙏🙏🙏