EdusphareX

EdusphareX Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from EdusphareX, Tihu, Nalbari.

EduSphareX: গণিত এতিয়া হব সহজ! 🔢
​গণিতৰ ভয়ক জয় কৰি স্মাৰ্টকৈ শিকিবলৈ আমাৰ সৈতে যোগ দিয়ক।
EduSphareX – Your Maths Learning Hub | Class 8–12 | Easy Tricks & Concepts | Competitive Exam Preparation”SSC, ADRE, Railway..
​শিকক স্মাৰ্টকৈ, জিলিকক পৃথিৱীত! ✨

11/04/2026

সফলতাৰ আন এক খোজ! 🌟 আমাৰ ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু সঠিক নিৰ্দেশনাৰ ফল আজি সকলোৰে আগত।
🏆 Riyashree Kashyap: 80 in Advanced Maths & 83 in General Maths
​Mathematics ত এনে সুন্দৰ ফলাফলৰ বাবে তোমালোকলৈ বহুত বহুত শুভকামনা। 📚✨

10/04/2026

JEE Main Maths: Sets & Subsets (Assamese + English)
​নমস্কাৰ! আজি এই ভিডিঅ'টোত আমি JEE Main 2020 ত অহা "Sets and Subsets" ৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান কৰিম।
​In this video, we solve a challenging problem where Set\ A has m elements, Set\ B has n elements, and the difference in their subsets is 112. শিকিম কেনেকৈ Short Tricks ব্যৱহাৰ কৰি m \cdot n ৰ মান অতি কম সময়ত উলিয়াব পাৰি।
​Key Learnings:
​Subset Formula: Application of 2^n.
​Equation Solving: Quick tips for 2^m - 2^n = 112.
​Exam Strategy: "Think Smart, Solve Fast" approach.
​গণিতৰ এনে আৰু ভিডিঅ' পাবলৈ চেনেলটো SUBSCRIBE কৰক!
https://youtube.com/?si=gnkirgsnCqREP27z

05/04/2026

নমস্কাৰ বন্ধুসকল! আপুনি ADRE 2.0, SSC, Banking, Railway নে TET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে? 📚
​প্ৰতিযোগিতামূলক পৰীক্ষাত অকল জ্ঞান থাকিলে নহয়, লাগে সময় পৰিচালনা (Time Management) আৰু Calculate কৰাৰ খৰটকীয়া পদ্ধতি! আজিৰ এই ভিডিঅ’টোত মই এনেকুৱা কিছুমান Math Shortcuts আৰু Vedic Math Tricks দেখুৱাম, যিবোৰ জানিলে আপুনি কঠিনতকৈ কঠিন অংকও চকুৰ পচাৰতে সমাধান কৰিব পাৰিব। ✨
​পৰীক্ষা হলত সময় বচাবলৈ আৰু আনতকৈ আগুৱাই থাকিবলৈ এই বিশেষ পদ্ধতিবোৰ জানি লোৱাটো অতি প্ৰয়োজন।
​✅ এই ভিডিঅ'টোত কি পাব?
​২ ছেকেণ্ডত ঘনফল (Cube) উলিওৱাৰ যাদু।
​পৰীক্ষাত সচৰাচৰ অহা কিছুমান বিশেষ অংকৰ চুটি টেকনিক।
​পাহৰি যোৱা সূত্ৰবোৰ মনত ৰখাৰ সহজ উপায়।
​নিজেও চাওক আৰু যিসকল বন্ধুৱে পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকৰ লগতো Share কৰক!
​এনেকুৱা আৰু অধিক ভিডিঅ’ৰ বাবে আমাৰ পেজটো Follow/Subscribe কৰি থবলৈ নাপাহৰিব। ❤️

​ #गणितजादू

05/04/2026
05/04/2026

এইটো কেনেকৈ সম্ভৱ? 🤔 Solving a Tricky Exponential Equation! (Only 1% Can Solve)
​নমস্কাৰ বন্ধুসকল! আজিকালি Competitive Exams বা Class 10-ৰ তৰ্কমূলক গণিতত এনেধৰণৰ Exponential Equations প্ৰায়েই দেখা যায়। বহুতে এইটো দেখি ভয় খায়, কিন্তু আজিৰ এই ভিডিঅ’টোত মই আপোনালোকক একেবাৰে সহজ পদ্ধতিত (Step-by-Step) ইয়াৰ সমাধান দেখুৱাম।
​In this video, we dive deep into a challenging exponential equation: 27^x - 23^x = 200. Is it really as hard as it looks? Watch till the end to master the trick!
​📌 What you will learn in this video:
​How to approach tricky exponential problems.
​Step-by-step mathematical reasoning.
​Useful tips for Class 9, 10, and Competitive Exam students.
​Shortcut methods for EduSphareX students

"Hard work pays off, and my students have proved it yet again! Proud to share the achievers who scored 80+ in Mathematic...
13/03/2025

"Hard work pays off, and my students have proved it yet again! Proud to share the achievers who scored 80+ in Mathematics and Advanced Mathematics in past HSLC exams. Your dedication and perseverance inspire many. Keep aiming high and achieving more!"

Hurry up! Admission is going on..
15/03/2023

Hurry up! Admission is going on..

https://youtu.be/AgdI2R7u_FQ
22/12/2022

https://youtu.be/AgdI2R7u_FQ

In this video we will discuss about the new pattern of HSLC exam 2023 and General Mathematics MCQ s with solutions.The main aim of our channel for helping th...

https://youtu.be/XMEASyyWfXwAssam direct recruitment 2022 ৰ Grade-iii আৰু Grade-iv exam ৰ সম্পুৰ্ণ প্ৰস্তুতি কৰাৰ বাবে l...
24/06/2022

https://youtu.be/XMEASyyWfXw

Assam direct recruitment 2022 ৰ Grade-iii আৰু Grade-iv exam ৰ সম্পুৰ্ণ প্ৰস্তুতি কৰাৰ বাবে link টোত ক্লিক কৰি চাব্ পাৰিব।

অসম চৰকাৰৰ অধীনত হবলগীয়া Grade-iii আৰু Grade-iv ৰ ২৬০০০+ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সম্পুৰ্ণ ৰূপত প্ৰস্তুতি কৰি...
24/05/2022

অসম চৰকাৰৰ অধীনত হবলগীয়া Grade-iii আৰু Grade-iv ৰ ২৬০০০+ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সম্পুৰ্ণ ৰূপত প্ৰস্তুতি কৰিবলৈ আমাৰ Youtube chennel টো subscribe কৰি লব

Address

Tihu
Nalbari
781371

Alerts

Be the first to know and let us send you an email when EdusphareX posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to EdusphareX:

Shortcuts

Share