ADP College, Nagaon

Call Website Contact the school

ADP College, Nagaon This is the official account of Anandaram Dhekial Phookan College (ADP College). It will be linked with the accounts of all students as well as faculty members.

IKS Lecture Programme: Medicine in Ancient Bharat:The Department of Education, in collaboration with the Internal Qualit...
03/10/2026

IKS Lecture Programme: Medicine in Ancient Bharat:

The Department of Education, in collaboration with the Internal Quality Assurance Cell (IQAC) of ADP College, organised a lecture programme on “Medicine in Ancient Bharat” on 3rd October 2026. .

Dr. Bapan Banik, Associate Professor and Head of the Department of Pharmaceutical Sciences, Rabindranath Tagore University, was invited as the resource person for the programme. He delivered an informative and engaging lecture, shedding light on the development, knowledge systems and practices of medicine in ancient Bharat.

The programme provided students with an opportunity to gain valuable insights into the historical foundations of traditional medical knowledge and its significance in the broader context of India’s intellectual heritage

Financial Literacy Programme: The Department of Economics, in collaboration with the IQAC, ADP College, organised a Spec...
03/10/2026

Financial Literacy Programme:
The Department of Economics, in collaboration with the IQAC, ADP College, organised a Special Lecture Programme on Financial Literacy for the faculty and students today.

Mrs. Nishi Sehmi, Branch Manager, HDFC Bank, Nagaon, served as the resource person and delivered an engaging session on financial literacy and responsible financial management, offering students valuable practical insights.

The programme was attended by the Principal, Dr. Sadananda Payeng, whose presence added significance to the event.

22/09/2026

মধ্য অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিগত বৰ্ষসমূহত .....

Anandaram Dhekial Phookan Award-2026 Ceremony & Memorial Lecture Programme. 22-09-2026
22/09/2026

Anandaram Dhekial Phookan Award-2026 Ceremony
& Memorial Lecture Programme. 22-09-2026

22/09/2026

Anandaram Dhekial Phookan Memorial Lecture -2026

22/09/2026

Anandaram Dhekial Phookan Award-2026

Personality Development and Soft Skills TrainingOrganised by IQAC & Department of English, ADP College Enthusia Adpc Eng...
16/09/2026

Personality Development and Soft Skills Training
Organised by IQAC & Department of English, ADP College Enthusia Adpc English
In college with Assam Down Town University

11/09/2026

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আগবঢ়াই অহা ২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা এইবাৰ আগবঢ়োৱা হ'ব পখিল.....

10/09/2026

বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপী, লোকশিল্পী তৰাৱতী মিলি বড়ীলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

10/09/2026

✒️ADP 2026 Award:ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

ৰাজ্যৰ দুই বিশিষ্ট লোকশিল্পী পখিলা লেকথেপী আৰু তৰাৱতী মিলিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্রদান কৰিব এই বঁটা

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মধ্য অসমৰ অন্যতম অগ্রণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আগবঢ়াই অহা ২০২৬ৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আগবঢ়োৱা হ'ব অসমৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেকথেপী আৰু তৰাৱতী মিলিলৈ। অসমৰ লোকসংগীত আৰু লোকসংস্কৃতিৰ জগতখনত নিজৰ সুকণ্ঠ, স্বকীয় পৰিৱেশশৈলী আৰু সুদীর্ঘ সাধনাৰে এক সুকীয়া স্থান অধিকাৰ কৰা এই দুগৰাকী লোকশিল্পীয়ে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ নিষ্ঠাবান সাধকৰূপে ইতিমধ্যে প্রতিষ্ঠা লাভ কৰিছে। অসমৰ সমৃদ্ধ জনগোষ্ঠীয় ভাষাৰ লোকসংগীতক নিজৰ কণ্ঠ আৰু জাতীয় দায়বদ্ধতাৰে পোহৰাই তোলাৰ উপৰি এই দুগৰাকী শিল্পীয়ে বহল অৰ্থত অসমীয়া ভাষা আৰু লোক পৰিবেশ্য কলাকো সমৃদ্ধ কৰি আহিছে। এই বৰ্ষৰ দুয়োগৰাকী বঁটাপ্ৰাপক যিহেতু লোকসংগীতৰ শিল্পী, তাৰ লগত সংগতি ৰাখি এই বৰ্ষৰ ঢেকিয়াল ফুকন স্মাৰক বক্তৃতা প্রদান কৰিব বিশিষ্ট লোকশিল্পী ড° সদানন্দ পায়েঙে।

বিগত ২০১৬ৰ পৰা ধাৰাবাহিকভাৱে প্ৰদান কৰি অহা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ইতিমধ্যে বিশিষ্ট বিজ্ঞানী বিপ্লব শর্মা, অভিনেতা বিষ্ণু খাৰঘৰীয়া, সমাজকর্মী প্রয়াত বিৰুবালা ৰাভা, ভাষা তত্ত্ববিদ নাহেন্দ্র পাদুন, সাহিত্যিক য়েছে দৰজে ঠংচি, ভাস্কৰ বীৰেন সিংহ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ ইতিমধ্যে এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে ক'ভিডৰ সময়ত দুবছৰৰ বাবে এই বঁটা দিব পৰা হোৱা নাছিল। অৱশ্যে এই বঁটাৰ প্ৰৱৰ্তন কৰাৰ আগৰে পৰাই আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতা মহাবিদ্যালয়ত অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষৰ দুয়োগৰাকী বঁটাপ্ৰাপক যিহেতু লোকসংগীতৰ শিল্পী, তাৰ লগত সংগতি ৰাখি এই বৰ্ষৰ স্মাৰক বক্তৃতা প্রদান কৰিব মহাবিদ্যালয়খনৰে অধ্যক্ষ তথা বিশিষ্ট লোকশিল্পী ড° সদানন্দ পায়েঙে। অহা ২২ ছেপ্টেম্বৰত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিতব্য এখন সভাত বিশিষ্ট লোকশিল্পী দুগৰাকীক এই বঁটা আনুষ্ঠানিকভাবে প্রদান কৰা হ'ব বুলি মহাবিদ্যালয়খনৰ অধ্যাপক ড° মিলন নেওগে জানিবলৈ দিয়ে।
https://dainikagradoot.in/blog/2026/09/09/adp-2026-award/ ‎

Address

RRB Road, Haiborgaon
Nagaon
782002

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919101138725

Alerts

Be the first to know and let us send you an email when ADP College, Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ADP College, Nagaon:

Shortcuts

Share