23/08/2025
আজি কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ বহু দিনীয়া পানীৰ সমস্যা আৰু লগতে অন্যান্য কিছু সমস্যা সমাধানৰ বাবে *কলিয়াবৰ মহাবিদ্যালয়ৰ আছু গোট , মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ছাত্ৰী নিবাসৰ দুগৰাকী ছাত্ৰীসহ* মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হয় আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে তৎক্ষণিক পদক্ষেপৰ আস্থা প্ৰদান কৰে।