105 No Upper Doomdoomia LPS ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Nagaon
  • 105 No Upper Doomdoomia LPS ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়

105 No Upper Doomdoomia LPS ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয় * মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰো জীৱন গঢ়িত*

গুণোৎসৱ ২০২৫ ❤️(  ০৭/০১/২০২৫  )  * এইবাৰ গুণোৎসৱ বুলি  আমাৰ ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্...
10/01/2025

গুণোৎসৱ ২০২৫ ❤️
( ০৭/০১/২০২৫ )
* এইবাৰ গুণোৎসৱ বুলি আমাৰ ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা লিখা বিভিন্ন কবিতা আৰু ছবি অংকনেৰে “অংকুৰণ” নামৰ প্ৰাচীৰ পত্ৰিকাখন আমাৰ বিদ্যালয়লৈ অহা বাহ্যিক মূল্যায়ক মহোদয়ৰ হাতেৰে উন্মোচন কৰা হয় ৷

14/12/2024

পঞ্চম শ্ৰেণীৰ ছাত্ৰী জাগৃতী শইকীয়া❤️

১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়ৰ  ৩১/০৩/১৯৮৯ তাৰিখৰে কেইখনমান বিশেষ পুৰণি ফ’টো ৷ সঁচাই সেই সময়ৰ বিদ্যালয়ৰ পৰিৱেশ ...
06/10/2024

১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়ৰ
৩১/০৩/১৯৮৯ তাৰিখৰে কেইখনমান বিশেষ পুৰণি ফ’টো ৷ সঁচাই সেই সময়ৰ বিদ্যালয়ৰ পৰিৱেশ অতুলনীয়❤️ এই ফ’টো কেইখন ইমান ধুনীয়াকৈ সযতনে ৰখাৰ বাবে প্ৰাক্তন ছাত্ৰ মৃদুপৱন খাটনিয়াৰ দেৱলৈ আন্তৰিক ধন্যবাদ🙏

05/09/2024

১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয়
শিক্ষক দিৱস উদ্‌যাপন,২০২৪
জাগৃতী শইকীয়া❤️
পঞ্চম শ্ৰেণী

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when 105 No Upper Doomdoomia LPS ১০৫ নং ওপৰ ডুমডুমীয়া প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share