21/11/2025
চামগুৰি মহাবিদ্যালয়ত আজি 'এন এন এছ'ৰ উদ্যোগত আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু অৰ্থনীতি বিভাগৰ সহযোগত
- "ৰাস্তাৰ কুকুৰ"ৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
Awareness Program on Street Dogs
"City Hounded by Strays Kids Pay Price"
সভাৰ সমল ব্যক্তি হিচাপে 'এন এচ এছ' কোষৰ সমন্বয়ক অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক উৎপল বৰুৱাই সজাগতা সভাৰ উদ্দেশ্য আৰু বিষয় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে । আই কিউ এ চিৰ সহকাৰী সমন্বয়ক হিৰণ্য কুমাৰ শৰ্মা, অৰ্থনীতি বিভাগৰ অধ্যাপিকা মিনাক্ষী গোস্বামী আৰু বুৰঞ্জী বিভাগৰ অধ্যাপিকা ৰুমী বাৰ্লো ডাঙৰীয়া আজিৰ সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।