Kaoimari Islamia Madrassa

Kaoimari Islamia Madrassa KAOIMARI ISLAMIA MADRASSA

26/06/2026

#শিক্ষাই হ'ল মানুহৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ,জ্ঞান হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান ধন।যিমানেই আহৰণ কৰিবা,সিমানেই উজ্বলি উঠিব তোমাৰ জীৱনৰ পথ।

 #আজি_কাৱৈমাৰী_ইছলামীয়া_মাদ্ৰাছাত  ইং ২৩/০৫/২০২৬ তাৰিখ পুৱা ৮ বজাত মাহেকীয়া পৰীক্ষা লৈ ঈদুল-আজহা বাবে বন্ধ দিয়া হয়।
23/05/2026

#আজি_কাৱৈমাৰী_ইছলামীয়া_মাদ্ৰাছাত ইং ২৩/০৫/২০২৬ তাৰিখ পুৱা ৮ বজাত মাহেকীয়া পৰীক্ষা লৈ ঈদুল-আজহা বাবে বন্ধ দিয়া হয়।

22/04/2026

চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ইছলামীয়া মাদ্ৰাছাত ২০২৬-২৭ বৰ্ষৰ ছালে সপ্তম ( জমাতে উলা)ৰ মিশ্বকাত শ্বৰিফ আৰু অন্যান্য কিতাপ সমূহৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে দোৱা মেহফিলৰ আয়োজন কৰা হয়।

 #পাঠদান_কাৰ্যসূচী_আৰম্ভ_কৰাৰ_কিছু_মান_দৃশ্য....
22/04/2026

#পাঠদান_কাৰ্যসূচী_আৰম্ভ_কৰাৰ_কিছু_মান_দৃশ্য....

19/04/2026

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Kaoimari Islamia Madrassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category