Latani Chapori Jatiya Bidyalaya

Latani Chapori Jatiya Bidyalaya teaching by teacher

লটানি চাপৰি জাতীয় বিদ‍্যালয়ত "ৰঙালী চ'ৰা"ৰঙালী বিহুৰ প্ৰাকক্ষণত লটানি চাপৰি জাতীয় বিদ‍্যালয় প্ৰাংগণত প্ৰতিবছৰৰ দৰে এইব...
12/04/2026

লটানি চাপৰি জাতীয় বিদ‍্যালয়ত "ৰঙালী চ'ৰা"

ৰঙালী বিহুৰ প্ৰাকক্ষণত লটানি চাপৰি জাতীয় বিদ‍্যালয় প্ৰাংগণত প্ৰতিবছৰৰ দৰে এইবাৰো "ৰঙালী চ'ৰা" শীৰ্ষক প্ৰাক-ৰঙালী মুকলি বিহু উদযাপন কৰা হয় । বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মুকলি মনেৰে বিহু নাচি আনন্দ-স্ফূৰ্তি কৰিবলৈ আয়োজন কৰা আজিৰ এই অনুষ্ঠানটিত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলেও আনন্দ -উৎসাহেৰে বিহু নাম আৰু নাচত অংশগ্ৰহণ কৰে।

11/04/2026
মোৰ একালৰ অতি মৰমৰ ছাত্ৰ মাছুদ আশ্বিক হুছেইন  আজি ঘোষণা হোৱা HSLC পৰীক্ষাত ৯০% নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ লটানি...
10/04/2026

মোৰ একালৰ অতি মৰমৰ ছাত্ৰ মাছুদ আশ্বিক হুছেইন আজি ঘোষণা হোৱা HSLC পৰীক্ষাত ৯০% নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ লটানি চাপৰি গাঁও আৰু তেওঁ পঢ়া বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি তেওঁৰ এই সফলতাত আমি সকলোৱে উৎফুল্লিত আৰু গৌৰাম্বিত। আগন্তুক দিনবোৰত এনেদৰে সফলতা অৰ্জন কৰি জীৱনৰ লক্ষ্য পথত অৱতীৰ্ণ হ'ব বুলি কামনা কৰিলোঁ।

04/04/2026

আজিৰ শনিবৰীয়া চ'ৰাৰ কিছু মুহূৰ্ত।

04/04/2026

ছাত্ৰ ছাত্ৰীৰ সকলৰ মনত আনন্দ আৰু উৎসাহ দিবলৈ বাইদেউৱে গালে দ্বীপেন বৰুৱা এটি সুন্দৰ গীত।

Address

Latani Bazaar
Nagaon

Telephone

+917002753500

Website

Alerts

Be the first to know and let us send you an email when Latani Chapori Jatiya Bidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Latani Chapori Jatiya Bidyalaya:

Shortcuts

Share

Category