Axom Hustles

10/05/2025

ভাৰতবাসীয়ে missile দেখি ভই নকৰে ।
আমি জানো Indian Army আৰু S-400 এ আমাক একো হব নিদিয়ে

10/05/2025

ভাৰতৰ দ্বাৰা ৩ তাকৈ পাকিস্তানী Airbase target কৰা হৈছে

Source: The hindu, First post, Prashanth Dhawan sir and many more

- Nur Khan air base in Rawalpindi,
- Murid air base in Chakwal and
- Rafiqui air base in eastern Punjab province's Jhang district

08/05/2025

We are at war

08/05/2025

Indian Navy carried out a major operation in Karachi

08/05/2025
08/05/2025

অমৃতসৰ complete blackout
Praying everyone from border states stay strong।

08/05/2025

This is a fight for ' আকাশ ৰ ৰজা কোণ '
A very crucial battle for the result of this war... If it does become atleast a small scale war

15/04/2025

কিয় ইমান trolling CSK আৰু MSDক ?

CSKৰ ঠাট্টা-উপহাসৰ মাজতো ধোনিয়ে পৰিস্থিতি সলনি কৰিব পাৰিবনে?


14/03/2025

পাকিস্তানৰ train hijack BLA ৰ দ্বাৰা | আসমীয়াত

Description:
১১ মাৰ্চ, মঙ্গলবাৰে বালুচিস্তানৰ ৰাজধানী কুৱেটাৰ পৰা পেছাৱাৰলৈ গৈ থকা জাফ্ফাৰ এক্সপ্ৰেছ ৰেলগাড়ী বালুচ লিবাৰেচন আর্মি (BLA)-এ হাইজেক কৰে। এই আক্ৰমণত ২১ জন যাত্ৰীৰ লগতে ৪ জন আধা-সামৰিক সৈনিক নিহত হয়, যদিও বাস্তৱতে মৃতকৰ সংখ্যা অফিচিয়েল সংখ্যাতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে।

বালুচিস্তান খন প্ৰাকৃতিক সম্পদৰে সমৃদ্ধ, কিন্তু পাকিস্তান চৰকাৰে বহু বছৰ ধৰি বালুচ জনগণক উপেক্ষা কৰি শুধুমাত্র অন্য প্ৰদেশৰ উন্নয়নলৈ গুৰুত্ব দি আহিছে। ইয়াৰ উপৰিও, চীনৰ সহায়ত 'Gwadar Port' বিকাশৰ প্ৰকল্প (CPEC) বালুচ স্বাধীনতাৰ সপোন ধূলিসাৎ কৰিব বুলি ভয় কৰা হৈছে। ফলত, BLA-এ চীনা ইঞ্জিনিয়াৰ আৰু পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে।

চীন-Pakিস্তানৰ এই বন্ধুত্বই ভৱিষ্যতে ভাৰতৰ বাবে কিমান টেন্‌শ্বন সৃষ্টি কৰিব পাৰে? ঘটনা সন্দৰ্ভত বিস্তৃত আলোচনা।

13/03/2025
01/03/2025

Advantage Assam 2.0ৰ প্ৰধান উ্দেশ্য কি ?

অসমৰ অৰ্থনীতি বৃদ্ধি পাই আছে, কিন্তু ভাৰতৰ শীৰ্ষ ৰাজ্যসমূহৰ পৰা আমি কিমান দূৰ আছোঁ? বৰ্তমান অসম ১৭তম স্থানত আছে, যাৰ GSDP ₹৬.৪৩ লাখ কোটি। অসমে ২০৩০ সালের ভিতৰত $১৪৩ বিলিয়ন লক্ষ্যমাত্ৰা স্থিৰ কৰিছে, যাৰ বাবে উদ্যোগিক বিকাশ, আইটি বিনিয়োগ আৰু ব্যক্তিগত খণ্ডৰ প্ৰসাৰৰ প্ৰয়োজন। কিন্তু এইটো সম্ভৱ নেকি?

Address

Nagaon
Nagaon
782122

Telephone

+918876354050

Website

Alerts

Be the first to know and let us send you an email when Axom Hustles posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Axom Hustles:

Shortcuts

Share