Mazharul Uloom Kath para Islamia Madrassa

Mazharul Uloom Kath para Islamia Madrassa islamic madrassa

14/08/2025
22/05/2025
মাদ্ৰাছাৰ নতুন কমিটি গঠন কৰা হয়
22/05/2025

মাদ্ৰাছাৰ নতুন কমিটি গঠন কৰা হয়

14/02/2025

আচছালামু আলাইকুম।
ইয়াৰ দ্বাৰা অতি দুখেৰে জনাব বিচাৰোঁ যে মাজহাৰুল উলুম কাঠপাৰা ইছলামীয়া মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান শিক্ষক হজৰত মৌঃশেখ আহমদ আলী চাহাবৰ আজি শুক্ৰবাৰে ১২:০৫ বজাত ইন্তেকাল হয় ।
انا للہ وانا الیہ راجعون

আল্লাহ তালাই তেখেতক জান্নাতৰ আলা মুকাম দান কৰক (আমীন)
তেখেতৰ জানাজাৰ নামাজ মাজহাৰুল উলুম কাঠপাৰা ইছলামীয়া মাদ্ৰাছাৰ সন্মুখত ৰাতি ৮ বজাত অনুষ্ঠিত হ'ব ।
পুনৰ কৰৈগুৰী জামে মছজিদৰ সন্মুখত ৰাতি ৯:৩০ বজাত অনুষ্ঠিত হ'ব।
ان شاءاللہ تعالیٰ

১৪/০২/২০২৫

Address

Nagaon

Telephone

+917002017445

Website

Alerts

Be the first to know and let us send you an email when Mazharul Uloom Kath para Islamia Madrassa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Mazharul Uloom Kath para Islamia Madrassa:

Shortcuts

Share

Category