17/01/2026
মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ গা খজুৱা প্ৰাথমিক বিদ্যালয় পঞ্চম শ্ৰেণীৰ ছাত্ৰ সমীৰ আমচিৰ দ্বাৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিত্ৰ অংকণ কৰি মহান শিল্পী জনালৈ শ্ৰদ্ধা নিবেদন কৰে।আমি ছাত্ৰ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।