Kaliabor college student's Union 2021-22

Kaliabor college student's Union 2021-22 জয়তু কলিয়াবৰ মহাবিদ্যালয়
জয়তু কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা

কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নব নিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিজন বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । আশা...
16/09/2023

কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নব নিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিজন বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । আশা কৰোঁ তেওঁলোকৰ সবল নেতৃত্বত মহাবিদ্যালয় খন সৰ্বাংগীন উন্নতিৰ পথত আৰু এখোজ আগুৱাই যাব ।

PROVISIONAL SELECTION LIST OF SCIENCE (KALIABOR COLLEGE)
22/06/2023

PROVISIONAL SELECTION LIST OF SCIENCE (KALIABOR COLLEGE)

PROVISIONAL SELECTION LIST OF COMMERCE (KALIABOR COLLEGE)
22/06/2023

PROVISIONAL SELECTION LIST OF COMMERCE (KALIABOR COLLEGE)

PROVISIONAL SELECTION LIST OF ARTS (KALIABOR COLLEGE)
22/06/2023

PROVISIONAL SELECTION LIST OF ARTS (KALIABOR COLLEGE)

কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে
15/06/2023

কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে

উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান UNIVERSITY OF SCIENCE AND TECHNOLOGY MEGHALAYA য়ে আয়োজন কৰা 7TH NORTH EAST G...
12/04/2023

উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান UNIVERSITY OF SCIENCE AND TECHNOLOGY MEGHALAYA য়ে আয়োজন কৰা 7TH NORTH EAST GRADUATE CONGRESS ত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি POWER LIFTING প্ৰতিযোগিতাৰ 59 CATEGORY ত অমন হাইনাৰীয়ে প্ৰথম স্থান আৰু 74 CATEGORY ত পৰশমনি তামূলীয়ে দ্বিতীয় স্থান আৰু ব্যংগ নাট প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে । সকলোলৈকে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।

সকলোৰে উপস্থিতি কামনা কৰিলোঁ
12/04/2023

সকলোৰে উপস্থিতি কামনা কৰিলোঁ

৫২ তম্ মহাবিদ্যালয় সপ্তাহ ১৪/০২/২০২৩
03/03/2023

৫২ তম্ মহাবিদ্যালয় সপ্তাহ

১৪/০২/২০২৩

সকলোৰে সহায় সহযোগিতা আৰু অংশগ্ৰহণ বিনম্ৰতাৰে কামনা কৰিলোঁ ।
08/02/2023

সকলোৰে সহায় সহযোগিতা আৰু অংশগ্ৰহণ বিনম্ৰতাৰে কামনা কৰিলোঁ ।

কলিয়াবৰ মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱা ছাৰৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা জনাইছোঁ আদৰণি ।
31/12/2022

কলিয়াবৰ মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ড° উত্তম কুমাৰ বৰুৱা ছাৰৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা জনাইছোঁ আদৰণি ।

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিৰণ্য কুমাৰ চলিহা দেৱৰ কৰ্মজীৱনৰ অৱসৰৰ ক্ষণত ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক সম্বৰ্ধনা...
31/12/2022

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিৰণ্য কুমাৰ চলিহা দেৱৰ কৰ্মজীৱনৰ অৱসৰৰ ক্ষণত ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ ।
এই জ্ঞানালয়ক তেওঁ যি এক নৱ পৰশেৰে জাতিষ্কাৰ ফুলনিলৈ পৰিৱৰ্তিত কৰিলে সেয়া আমি পাহৰিব নোৱাৰোঁ । তেওঁৰ জীৱনৰ সুদীৰ্ঘ ওঠৰটা বছৰ এই মহাবিদ্যালয়ৰ অৰ্থে উছৰ্গা কৰি দায়িত্বশীলতাৰ পৰিচয় দি, অশেষ ত্যাগ, কষ্ট স্বীকাৰ কৰি যিদৰে এই জ্ঞানালয়খনক সৰ্বত্ৰে প্ৰশংসাৰ পুষ্প বুটলিবলৈ সক্ষম কৰি তুলিলে তাৰ অৰ্থে আমি তেওঁৰৰ ওচৰত চিৰকৃতজ্ঞ ।
তেওঁৰ দৰে এজন সফল অধ্যক্ষৰ সান্নিধ্যত মহাবিদ্যালয়ৰ হকে কাম কৰিবলৈ পোৱাত আমি গৌৰৱান্বিত । তেওঁৰ মৰম আৰু সজ পৰামৰ্শ‌‌ক মনৰ আঁতৰ কৰিব কদাপি নোৱাৰিম । পৰম আৰাধ্য কৰুণাময় ঈশ্বৰে তেওঁক সু স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক । আজি তেওঁৰ কৰ্ম জীৱনৰ বিদায় ক্ষণত আগন্তুক দিন সমূহৰ যাছিলোঁ আন্তৰিক শুভেচ্ছা ।

আপুনি ভালে থাকক সদায় 💐

Address

Nagaon
782137

Alerts

Be the first to know and let us send you an email when Kaliabor college student's Union 2021-22 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kaliabor college student's Union 2021-22:

Shortcuts

Share

Category