Orbit Coaching Classes

Orbit Coaching Classes Orbit Coaching Classes
Bechamari :: Nagaon :: Assam

06/09/2026

Orbit Coaching Classes celebrates Teachers’ Day
Honouring the mentors who inspire us to dream, believe, and achieve.

শিক্ষাদানৰ মানৱতীৰ্থৰ পুৰোহিত হিচাপে জীৱনজোৰা ত্যাগৰ আদৰ্শৰ প্ৰতি সন্মান জনাই "অৰ্বিট ক'চিং ক্লাছেছ"ৰ উদ্যোগত প্ৰতি বছৰে...
06/09/2026

শিক্ষাদানৰ মানৱতীৰ্থৰ পুৰোহিত হিচাপে জীৱনজোৰা ত্যাগৰ আদৰ্শৰ প্ৰতি সন্মান জনাই "অৰ্বিট ক'চিং ক্লাছেছ"ৰ উদ্যোগত প্ৰতি বছৰে দুগৰাকীকৈ আদৰ্শবান অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা প্ৰদান কৰা হ'ব । প্ৰথম বৰ্ষত এই সম্বৰ্ধনা প্ৰদান কৰা হয় বটাবাৰী ইউ.চি.ডেকা জনজাতীয় হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুৰ মহম্মদ আলী ডাঙৰীয়া আৰু বৰভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইক্ৰামুল হুছেইন ডাঙৰীয়াক। যোৱাকালি "শিক্ষক দিৱস" উপলক্ষে "অৰ্বিট ক'চিং ক্লাছেছ"ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰ্বিট ক'চিং ক্লাছেছ কতৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই সম্বৰ্ধনা প্ৰদান কৰা হয়।

অৰ্বিট ক'চিং ক্লাছেছ ৰ উদ্যোগত আজি ব্যাপক উলহ-মালহেৰে "শিক্ষক দিৱস" উদযাপন কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশি...
05/09/2026

অৰ্বিট ক'চিং ক্লাছেছ ৰ উদ্যোগত আজি ব্যাপক উলহ-মালহেৰে "শিক্ষক দিৱস" উদযাপন কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰভেটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইক্ৰামুল হুছেইন ডাঙৰীয়া ,বটাবাৰী ইউ.চি.ডেকা জনজাতীয় হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নুৰ মহম্মদ আলী ডাঙৰীয়া,বেছামাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হাই ডাঙৰীয়াৰ লগতে অভিভাৱক-অভিভাৱিকাসকল। অৰ্বিট ক'চিং ক্লাছেছ তৰফৰ অৱসৰ প্ৰাপ্ত শিক্ষকসকলক সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

05/09/2026

Orbit Coaching Classes proudly celebrates Teachers’ Day, honouring the invaluable contribution of our respected teachers and educators.

Orbit Coaching Classes
Dream. Believe. Achieve.
Bechamari : Nagaon :: Assam

ORBIT COACHING CLASSESDream. Believe. Achieve.Bechamari : Nagaon :: AssamWE ARE GOING TO START A NEW BATCHFOR CLASS 7 ST...
02/09/2026

ORBIT COACHING CLASSES
Dream. Believe. Achieve.
Bechamari : Nagaon :: Assam

WE ARE GOING TO START A NEW BATCH
FOR CLASS 7 STUDENTS
Starting from 7th August

Enroll Your Seat Today!
HURRY UP! LIMITED SEATS AVAILABLE!
📞 For More Information: 8822884129

Today’s Weekend Test – 02 was successfully conducted for Classes 3, 4, 5 & 6 at Orbit Coaching Classes. Well done to all...
30/08/2026

Today’s Weekend Test – 02 was successfully conducted for Classes 3, 4, 5 & 6 at Orbit Coaching Classes.

Well done to all the students for participating with enthusiasm and giving their best!
Test • Learn • Improve • Achieve

Orbit Coaching Classes
Dream. Believe. Achieve.
Bechamari : Nagaon :: Assam
Shoriful Islam AKiF AhmEd

29/08/2026

Orbit Coaching Classes
Dream. Believe.Achieve.
Bechamari : Nagaon :: Assam
Faculty - Dielievinuo Rose (From Nagaland)
Shoriful Islam AKiF AhmEd

EID-E-MILAD-UN-NABI MUBARAK ✨🌙May the blessings, peace, and mercy of the Prophet Muhammad ﷺ illuminate our hearts and ho...
26/08/2026

EID-E-MILAD-UN-NABI MUBARAK ✨🌙
May the blessings, peace, and mercy of the Prophet Muhammad ﷺ illuminate our hearts and homes.
Wishing you and your family a blessed and peaceful Eid-E-Milad-Un-Nabi.

Address

Nagaon South
782123

Alerts

Be the first to know and let us send you an email when Orbit Coaching Classes posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category