শংকৰদেৱ বিদ্যা নিকেতন,চৰাইবাহী

  • Home
  • India
  • Morigaon
  • শংকৰদেৱ বিদ্যা নিকেতন,চৰাইবাহী

শংকৰদেৱ বিদ্যা নিকেতন,চৰাইবাহী চৰাইবাহী

20/07/2026

গ্ৰীষ্মকালীন পাঠদান ও আৱসিক ব্যৱস্থাৰ কিছু দৃশ্যংশ

হৈ যোৱা প্ৰান্তীয় কাৰাটে,দবা আৰু এথলেটিকছ প্ৰতিযোগীতা খেলত অংশগ্ৰহণ কৰি শংকৰদেৱ বিদ্যা নিকেতন, #চৰাইবাহীৰ মুঠ ৯ গৰাকী ছা...
18/07/2026

হৈ যোৱা প্ৰান্তীয় কাৰাটে,দবা আৰু এথলেটিকছ প্ৰতিযোগীতা খেলত অংশগ্ৰহণ কৰি শংকৰদেৱ বিদ্যা নিকেতন, #চৰাইবাহীৰ মুঠ ৯ গৰাকী ছাত্ৰ-ছাত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বিভিন্ন স্থান খেলিবলৈ সুবিধা পাইছে।আপোনালোকে আৰ্শীবাদ কৰিব যাতে আগন্তুক খেলত ভাল খেল প্ৰদৰ্শন কৰিব পাৰে

শংকৰদেৱ বিদ্যা  নিকেতন,চৰাইবাহীৰ গ্ৰীষ্মকালিন পাঠদান ও আৱাসিক ব্যৱস্থাৰ ছাত্ৰ -ছাত্ৰী সকলক যোগ-শাৰিৰীক কাৰ্যক্ৰম
18/07/2026

শংকৰদেৱ বিদ্যা নিকেতন,চৰাইবাহীৰ গ্ৰীষ্মকালিন পাঠদান ও আৱাসিক ব্যৱস্থাৰ ছাত্ৰ -ছাত্ৰী সকলক যোগ-শাৰিৰীক কাৰ্যক্ৰম

শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহীৰ বাবে গৌৰৱ আমাৰ প্ৰাক্তন ছাত্ৰ চাৰ্জাহ চাহিল আহমেদ এইবাৰ নীট পৰীক্ষা উত্তীৰ্ণ হৈ নিকেতন ...
18/07/2026

শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহীৰ বাবে গৌৰৱ আমাৰ প্ৰাক্তন ছাত্ৰ চাৰ্জাহ চাহিল আহমেদ এইবাৰ নীট পৰীক্ষা উত্তীৰ্ণ হৈ নিকেতন লৈ গৌৰৱ কঢ়িয়াই আনিলে

17/07/2026

শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী গ্ৰীষ্মবন্ধত হৈ থকা দবা খেলৰ কৰ্মশালা

নৱ নিৰ্মিত বিদ্যালয় গৃহ উন্মোচন কৰা কেইটামান মূহুত্ব
16/07/2026

নৱ নিৰ্মিত বিদ্যালয় গৃহ উন্মোচন কৰা কেইটামান মূহুত্ব

Address

Morigaon, Charaibahi
Morigaon
782103

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ বিদ্যা নিকেতন,চৰাইবাহী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category