aastha academy moirabari

aastha academy moirabari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from aastha academy moirabari, Education Website, Morigaon.

আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, গোতেই বিশ্ব ৰ লগতে আজি আস্থা অকাডেমী মৈৰাবাৰীটো গছ পুলি ৰোপন কৰে,Translate toবিশ্ব পৰিৱেশ দ...
05/06/2023

আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, গোতেই বিশ্ব ৰ লগতে আজি আস্থা অকাডেমী মৈৰাবাৰীটো গছ পুলি ৰোপন কৰে,

Translate to
বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে প্রতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। এই দিৱস পোন প্রথমে পালন কৰা হৈছিল ১৯৭৩ চনৰ ৫ জুন তাৰিখে আরু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আপুনি জাননে বাৰু পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নেপাই আৰু মৃত্যুবৰণ কৰে। কিন্ত আমি বাৰু আজিৰ সমাজ-পৰিৱেশক লৈ কিমান সচেতন। গোটেই বিশ্বৰে অকল ৫ জুন তাৰিখেহে মনত পৰে নেকি পৰিৱেশৰ প্রতি প্রেম। বিশ্ব পৰিৱেশ দিৱস হিচাপে প্রতি বছৰে বিশ্ব আন্ত-জাতিক ৰাষ্ট্রীয় সংগঠনে এটা বিষয় প্রসঙ্গ ৰাখে আৰু এই বিষয় প্রসঙ্গ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰনৰ অনুষ্ঠান পতা হয়। বিশ্ব পৰিবেশ দিৱস সংহতি ৰাখি ২০১৫ বর্ষৰ বিষয় প্রসঙ্গ হৈছে ভাবক, খাওক আৰু বচাওক। পোন প্রথমে ভাবক বর্তমান আমি কি কৰি আছো আৰু কিদৰে প্রকৃতিক অনিষ্ট কৰি আছো। তাৰ বাবে সকলো মানুহ সমানেই দায়ী। সময় আহিল ভাবিবৰ কিদৰে পৰিবেশ সংৰক্ষন কৰি ৰাখো।

দ্বিতীয়তে, নিয়মিত আরু সীমিত ভাবে খাওক। বাঢ়ি অহা কার্বন-ডাই-অঙ্কাইড গেছৰ পৰিমান কমাই আনা আরু পৰিবেশ দুষিত নকৰা সামগ্রী ব্যৱহাৰ কৰা। ইয়াৰ লগতে নিজৰ ঠাইত উৎপাদন কৰা বশ্ত ব্যৱহাৰ কৰা যাতে নিজৰ কৃষকসকল আর্থিক ভাবে লাভবান হয়। তৃতীয়তে পৰিবেশ বচাই ৰখাটো আমাৰ সকলোৰ দায়িত্ব। অলপ হলেও সঞ্চিত ৰখাটো আমাৰ বহু প্রয়োজনীয়। আমি দিনে বহু খাদ্য অযথা নষ্ট কৰি পেলাই দিও যত নেকি আমাৰ দেশত খাবলৈ নেপাই হাজাৰ হাজাৰ মানুহ মৃত্যু বৰন কৰে। গতিকে বচাই ৰাখি খোৱাটো আমাৰ বহু প্রয়োজনীয়। আপুনি অলপ কৰিও পৰিবেশ বচাই ৰাখিব পাৰে। মাথো লাগে অলপ চেষ্টা আরু সচেতনতা। পোন প্রথমে প্রশ্ন আহে আচলতে আপুনিনো পৰিবেশক লৈ কিমান খিনি সচেতনতা আছে। আজিৰ যান্ত্রিক যুগত পইচাৰ পিছত দৌৰি থাকোতে জানো পৰিবেশ বিষয়ক চিন্তা-চর্চা কৰিবলৈ সময় আছে। কিন্ত বছৰটো ঘৰৰ ভিতৰত থাকিও আপুনি পৰিবেশ তন্ত্রৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰে। ইমান দিনে ঘৰতে থাকি অযথা বহত খাদ্য নষ্ট কৰে কিন্ত এই খন দেশতে হেজাৰ হেজাৰ মানুহ খাবলৈ নেপাই মৃত্যুমুখত পৰে। গতিকে এক সীমিত পৰিমাণ খাই খাদ্য শংখল ধৰি ৰাখিব পাৰে। ঘৰৰ পিছফালে, ঘৰৰ চাঁদৰ ওপৰত আরু আগফালে খালী হৈ থকা মাটীখিনিত আপুনি সৰু-সৰা বাগিচা বনাব পাৰে। এই বাগিচাত আপুনি ফুলৰপৰা আদি কৰি ফল-মূল, মছলা জাতীয় গছ লগাব পাৰে। এই বাগিচাই পৰিবেশ সুস্তিৰ কৰাৰ লগতে খাদ্য প্রদান কৰিব। দৈনিক-দিনে বজাৰৰপৰা চবজি কিনি আনো আরু তাৰ পৰা খাদ্য বনাও। খাদ্য বনাওতে অযথা আমি বহু নষ্ট কৰো বা অলাগতিয়াল অংশখিনি ঘৰৰ নল-নর্দমাত পেলাই দিও। কিন্ত আমি তাকে নকৰি পেলনীয় বশ্তখিনি গোটাই এটা পাত্রত জমা কৰি ৰাখিব পাৰে। এটা সময়ত পচিব আরু এইখিনি উওম সাৰ হিচাবে বাগিচাত ব্যৱহাৰ কৰিব পাৰে। এইখিনি কৰিলে পৰিবেশ দুষিত কৰাৰপৰা বিৰত ৰাখিও পৰিবেশ জৈৱিক কৰি তোলিব পাৰে। নিতৌ বজাৰ কৰিব যাত্ততে পৰাপক্ষত মোনা লৈ যাওক যাতে প্লাষ্টিক জাতীয় বস্তুৰ ব্যৱহাৰ কমাই দিব পাৰো। আস্থা অকাডেমী মৈৰাবাৰী,

04/06/2023
Aastha academy moirabari college students
04/06/2023

Aastha academy moirabari college students

04/06/2023
Aastha academy moirabari college building 🏫
04/06/2023

Aastha academy moirabari college building 🏫

Address

Morigaon
MOIRABARI

Telephone

+919435223513

Website

Alerts

Be the first to know and let us send you an email when aastha academy moirabari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share