Exam success

Exam success Important GK, Current Affairs
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই পেজটো ফ'ল কৰি ৰাখক

25/06/2024

অসমৰ কাক কি বোলা হয় ?

১) অগ্নিকবি—- কমলাকান্ত ভট্টাচার্য

২)অসম কেশৰী—-অম্বিকাগিৰী ৰায় চৌধুৰী

৩)অতীন্দ্রিয়বাদী—-নলিনীবালা দেৱী

৪)অসম গৌৰৱ—-হেম বৰুৱা

৫)উপন্যাস সম্রাট—-জনীকান্ত বৰদলৈ

৬)কর্মবীৰ—–নবীনচন্দ্র বৰদলৈ

৭)কলাগুৰু—-বিষ্ণুপ্রসাদ ৰাভা

৮)কবিতা কোঁৱৰ—-অম্বেশ্বৰ চেতীয়া ফুকন

৯)গীতিকবি—-পাবর্তী প্রসাদ বৰুৱা

১০)ত্যাগবীৰ—–হেমচন্দ্র বৰুৱা

১২)দেশভক্ত —-তৰুণৰাম ফুকন

১৩)দেশপ্রাণ —-লক্ষীধৰ শর্মা

১৪)বীৰবালা—–কনকলতা

১৫)বকুল বনৰ কবি—-আনন্দ চন্দ্র বৰুৱা

১৬)বনফুলৰ কবি—যতীন্দ্রনাথ দুৱৰা

১৭)নটসূর্য—-ফনী শর্মা

১৮)জিকিৰ সম্রাট—ৰেকিবুদ্দিন আহমেদ

১৯)লৌহ মানৱ—-বিষ্ণুৰাম মেধি

২০)বিহগী কবি—-ৰঘুনাথ চৌধাৰী

২১)বিপ্লৱী কবি—-প্রসন্নলাল চৌধুৰী

২২)বাগ্মীবৰ—-নীলমনি ফুকন

২৩)ভাঙনি কোঁৱৰ—-আনন্দ চন্দ্র আগৰৱালা

২৪)পাপৰিৰ কবি—-গণেশ গগৈ

২৫)প্রতিমাৰ খনিকৰ—চন্দ্রকুমাৰ আগৰৱালা

২৬)লোকনায়ক- –অমিয় কুমাৰ দাস

২৭)লোকবন্ধু—-ডাঃ ভূৱনেশ্বৰ বৰুৱা

২৮)সাহিত্যাচার্য— অতুলচন্দ্র হাজৰিকা, মিত্রদেৱ মহন্ত , চৈয়দ আব্দুল মালিক

২৯)শেৱালী কবি—ৰত্নকান্ত বৰকাকতী

৩০)নিজৰাৰ কবি —-শৈলধৰ ৰাজখোৱা

৩১)জ্ঞান মালিনীৰ কবি—মফিজুদ্দিন আহমেদ হাজৰিকা

৩২)প্রাচ্য পণ্ডিত—-কৃষ্ণকান্ত সন্দিকৈ

৩৩)সদস্য মহীয়ান—-কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ

৩৪)সেউজ কোঁৱৰ —পৰাগধৰ চলিহা

৩৫)ৰঙাজিয়াৰ কবি—-মহিম বৰা

৩৬)খৰিকাজাইৰ কবি—-ভবানন্দ ৰাজখোৱা

৩৭)বনকোঁৱৰ —আনন্দিৰাম দাস

৩৮)অসমৰ বেকন— সত্যনাথ বৰা

24/06/2024

(১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
উত্তৰ: ১৯৯৮
(২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
উত্তৰ: ১৮৬৭ চনত
(৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ?
উত্তৰ: ৭৮ টা
(৪) ‘স্বৰ্গ নাৰায়ণ’ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
উত্তৰ: চুহুংমুং
(৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে
(৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৬৬৯ চনত
(৭) অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
উত্তৰ: যোৰহাটত আছে ।
৮) কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
উত্তৰ: আটলান্টিক মহাসাগৰ
(৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত
(১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত

(১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?

উত্তৰ: কৌবাং
(১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: ১১৯১ চনত
(১৩) ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা
(১৪) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।
(১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন
(১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰ: ৪ টা ভাগত
(১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে
(১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ: ডাবলিন
(১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ: বাণভট্ট
(২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
উত্তৰ: ঘেঁহু
(২১) ‘ইয়ং ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: মহাত্মা গান্ধী
(২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
উত্তৰ: ভগবান বিষ্ণু
(২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰ: হিৰিম্বা
(২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ
(২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত
(২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২ খন
(২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৫ জানুৱাৰী
(২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
উত্তৰ: বৰাইল
(২৯) মহীশূৰৰ নতুন নাম কি ?
উত্তৰ: কৰ্ণাটক
(৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
উত্তৰ: জয়মতী কুঁৱৰী
(৩১) অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ: ১৮৭২ চনত
(৩২) GST কেইপ্ৰকাৰৰ হয় ?
উত্তৰ: ৪ প্ৰকাৰৰ
(৩৩) কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ: হেনৰী কটন আছিল
(৩৪) অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
উত্তৰ: স্বৰ্গনাৰায়ণ
(৩৫) কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ: ১৯৪৬ চনত
(৩৬) ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ২০১৭ চনত
(৩৭) ‘দেওলাংখুই’ ৰ ৰচক কোন ?
উত্তৰ: ৰীতা চৌধুৰী
(৩৮) কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
উত্তৰ: গদাধৰ সিংহৰ দিনত ।
(৩৯) চুকাফাই ক’ৰ পৰা আহিছিল ?
উত্তৰ: চীন
(৪০) সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৭ মাৰ্চ তাৰিখে ।
(৪১) অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
উত্তৰ: সমন্বয়
(৪২) কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
উত্তৰ: বুধ গ্ৰহৰ
(৪৩) আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
উত্তৰ: চকলং
(৪৪) ‘নামঘোষা’ কোনে লিখিছিল ?
উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ
(৪৫) ‘প্ৰেম আৰু ৰদালিৰ’ কবি বুলি কাক জনা যায় ?
উত্তৰ: হীৰেণ ভট্টাচাৰ্য
(৪৬) গদাধৰ সিংহৰ আহোম নাটটো কি ?
উত্তৰ: চুপাটফা
(৪৭) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
উত্তৰ: ১৮৩৭ চনত
(৪৮) Discovery of Assam’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: সতীশচন্দ্ৰ কাকতি
(৪৯) নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
উত্তৰ: ৰুদ্ৰ সিংহই
(৫০) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ’ উপাধি প্ৰদান কৰিছিল ?
উত্তৰ: অসম সাহিত্য সভাই
(৫১) ‘চান্দুবি’ উৎসৱ পালন কোনে কৰে ?
উত্তৰ: ৰাভা
(৫২) বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
উত্তৰ: ৰাষ্ট্ৰপতিয়ে
(৫৩) আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
উত্তৰ: গড়গাঁও
(৫৪) এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
উত্তৰ: লোকসভা অধ্যক্ষই
(৫৫) কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ: ১৮৭২ চনত
(৫৬) জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
উত্তৰ: ৰাজীৱ গান্ধী
(৫৭) ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
উত্তৰ: ৰাষ্ট্ৰপতি
(৫৮) বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
উত্তৰ: ৰুদ্ৰ সিংহই
(৫৯) অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
উত্তৰ: মহগড়ৰ ৰণ
(৬০) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰ: ৰাজেন্দ্ৰ প্ৰসাদ।
(৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ?
উত্তৰ: ৯০০০
(৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
উত্তৰ: লক্ষ্মী নাৰায়ণ
(৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ: ৫ বছৰ
(৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰ: হাতী
(৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
উত্তৰ: চডিয়াম ক্ল’ৰাইড
(৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
উত্তৰ: যোৰহাট
(৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
উত্তৰ: ২০০৮ চনত
(৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
উত্তৰ: ৰাষ্ট্ৰপতি
(৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
উত্তৰ: ১৪ ডাল হাড়
(৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
উত্তৰ: আৰাৱলী
(৭১) অসমৰ’ চাহৰ চহৰ’ বুলি কোনখন চহৰক কোৱা হয় ?
উত্তৰ: ডিব্ৰুগড় চহৰক
(৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
উত্তৰ: ৭
(৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
উত্তৰ: ব্ৰজাৱলী ভাষাত
(৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
উত্তৰ: ১৯৭৫ চনত
(৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ: ১৪৯৮ চনত
(৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
উত্তৰ: কেৰালা
(৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
উত্তৰ: ১৮ টা
(৭৮) ‘প্ৰান্তিক’ আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
উত্তৰ: ভবেন্দ্ৰনাথ শইকীয়া
(৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
উত্তৰ: জয়সাগৰ পুখুৰী
(৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
উত্তৰ: মুখ্যমন্ত্ৰী
(৮১) ‘অলকানন্দা’ কবিতা সংকলন খনৰ ৰচক কোন ?
উত্তৰ: নলিনীৱালা দেৱী
(৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
উত্তৰ: উচ্চতম ন‍্যায়ালয়
(৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
উত্তৰ: হেমচন্দ্ৰ গোস্বামী
(৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
উত্তৰ: হাওঁফাঁও
(৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
উত্তৰ: কেৰেলা
(৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
উত্তৰ: ভাৰতৰ মৌচিনৰাম
(৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
উত্তৰ: ভাৰত
(৮৮) অসমৰ ‘গীতিকবি’ বুলি কাক আখ্যা দিয়া হয় ?
উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা
(৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
উত্তৰ: আফ্ৰিকা
(৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
উত্তৰ: স্পেইন
(৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
উত্তৰ: পক প্ৰণালী
(৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
উত্তৰ: ১৯৫২ চন
(৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন‍্যতম বয়স কিমান লাগে ?
উত্তৰ: ৩৫ বছৰ
(৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
উত্তৰ: সূৰ্য
(৯৬) শ্বিলং কোনখন পাহাৰত অৱস্থিত ?
উত্তৰ: খাছী পাহাৰ
(৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
উত্তৰ: শনি
(৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
উত্তৰ: কেৰেলা
(৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
উত্তৰ: ৭৬ বছৰ
(১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
উত্তৰ: চুটিমফা ।

Address

Morigaon

Alerts

Be the first to know and let us send you an email when Exam success posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Exam success:

Shortcuts

Share