Duni M.V School

Contact the school

Duni M.V School ১৯৩৯ চনত প্ৰতিষ্ঠা লাভ কৰা ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক শিক্ষাৰ এখনি অগ্ৰণী প্ৰতিষ্ঠান ।

04/10/2026

Brain_Breaks_Activity

23/09/2026

#জুবিন_দিৱসত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত লিখা কবিতা আবৃত্তি--
Banasmita Baruah
Atikur Rahman

যোৱা ১৯ চেপ্তেম্বৰ তাৰিখে বিদ্যালয়ত আয়োজন কৰা জুবিন দিৱসত প্ৰাণৰ শিল্পী, সকলোৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ আগবঢ়োৱা শ্ৰদ্ধাঞ...
23/09/2026

যোৱা ১৯ চেপ্তেম্বৰ তাৰিখে বিদ্যালয়ত আয়োজন কৰা জুবিন দিৱসত প্ৰাণৰ শিল্পী, সকলোৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কেইটিমান ছৱি--

কালি হৈ যোৱা শিক্ষক দিৱস উদযাপনৰ কেইটিমান সুন্দৰ মূহূৰ্তৰ ছৱি । এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে এইবাৰৰ পবিত্ৰ দিনটো আমাৰ বাবে ...
06/09/2026

কালি হৈ যোৱা শিক্ষক দিৱস উদযাপনৰ কেইটিমান সুন্দৰ মূহূৰ্তৰ ছৱি । এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে এইবাৰৰ পবিত্ৰ দিনটো আমাৰ বাবে বিশেষ কৰি তোলা বাবে বিদ্যালয় পৰিচালনা সমিতি তথা ছাত্ৰ সংসদৰ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ ।

02/09/2026

02/09/2026

#নৃত্যৰ_আখৰা
For_Teachers'_Day_Celebration

পাৰস্পৰিক বদলি সূত্ৰে আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মাননীয় হৃষিকেশ বৈশ্য ছাৰে আমাৰ পৰা বিদায় লৈ নিজৰ গাঁৱৰ স্কুল এখনত ২ ...
21/08/2026

পাৰস্পৰিক বদলি সূত্ৰে আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মাননীয় হৃষিকেশ বৈশ্য ছাৰে আমাৰ পৰা বিদায় লৈ নিজৰ গাঁৱৰ স্কুল এখনত ২ দিন আগতে গৈ যোগদান কৰিছে । তেওঁলৈ আমাৰ অযুত শুভেচ্ছা থাকিল । বিগত সময়চোৱাত তেওঁ আমাৰ স্কুলখনৰ প্ৰতি দেখুওৱা সেৱাৰ মনোভাৱ আৰু দায়িত্বশীলতাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ । লগতে তেওঁৰ সলনি আজি ব্যাসপাৰাৰ যুৱক মাননীয় মানৱজ্যোতি শৰ্মাই আমাৰ বিদ্যালয়ত আহি যোগদান কৰিছে । তেওঁকো আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ ।

পেচিফিক ইউনিট, দৰঙৰ উদ্যোগত কালি মঙলদৈ টাউন গাৰ্লচ হায়াৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ যোৱা ইকো ক্লাৱবোৰৰ দ্বাৰা Project...
05/07/2026

পেচিফিক ইউনিট, দৰঙৰ উদ্যোগত কালি মঙলদৈ টাউন গাৰ্লচ হায়াৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ যোৱা ইকো ক্লাৱবোৰৰ দ্বাৰা Project/Model প্ৰদৰ্শনী অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থী কিশোৰ কলিতা আৰু প্ৰীতিৰেখা কলিতাই অংশগ্ৰহণ কৰিছিল। Guide Teacher হিচাপে উপস্থিত আছিল সহঃ শিক্ষক বিক্ৰম মণ্ডল আৰু বিজ্ঞান শিক্ষয়িত্ৰী বনস্মিতা বৰুৱা । পেলনীয়া প্লাষ্টিকবোৰ এক বিশেষ প্ৰক্ৰিয়াৰে বায়ুমণ্ডল প্ৰদূষিত নোহোৱাকৈ পুণৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ওপৰত আমাৰ প্ৰকল্পটো (Plastic to Road) প্ৰস্তুত কৰা হৈছিল । আশা কৰোঁ, এনে অভিজ্ঞতাৰে শিক্ষাৰ্থীসকলে আগলৈ বিজ্ঞানভিত্তিক বিভিন্ন কাৰ্যসূচীত অংশ ল'বলৈ প্ৰেৰণা লাভ কৰিব ।

আজি বিদ্যালয়ত বিষ্ণুৰাভা দিৱস উদযাপনৰ কেইটিমান মূহুৰ্তৰ ছৱি--
20/06/2026

আজি বিদ্যালয়ত বিষ্ণুৰাভা দিৱস উদযাপনৰ কেইটিমান মূহুৰ্তৰ ছৱি--

Address

Mangaldoi

Website

Alerts

Be the first to know and let us send you an email when Duni M.V School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Duni M.V School:

Shortcuts

Share

Category