VOICE of Mangaldai college

VOICE of Mangaldai college

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from VOICE of Mangaldai college, SH-11, Mangaldai.

22/01/2025

ৰাতি আগতে ময়ো সোনকালে ঘৰ সোমাইছিলো আজি কালি অলপ দেৰি হয়। কাৰন এতিয়া মই সংগঠন কৰো....

আজি আপোনালোকলৈ আগবঢ়াব Roommate's ৰ প্ৰথম ভাগ❤️আশাকৰো সকলোৱে আদৰি লব ॥


Photos from VOICE of Mangaldai college's post 10/05/2024

জুবিন মহন্ত।
এদিন আগলৈ হাঁহি থকা ল'ৰা জন আজি চিকিৎসালয়ৰ বিচনাত।
যোৱাকালি ৰাতি ৯/১০ মান বজাত (মঙ্গলদৈ লাৱনী চ’কত) ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক এখনে বলেৰ’ বাহন এখন মহতিয়াই লৈ যায়, আৰু সেই বলেৰ’ খনৰ চালকৰ চিতত আছিল মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাএ পুনিয়া নিবাসী জুবিন মহন্ত ॥
সি ইটো সিটো কাম কৰি সপোনৰ ঘৰ খন চলাই আছিল … আৰু যোৱাকালিৰ সেই ভয়ংকৰ দূৰ্ঘটনাত তাৰ এখন হাত এখন নোহোৱা হৈ গ’ল আৰু বহুতো ঠাইত আঘাতপ্ৰাপ্ত হয় , এতিয়া তাৰ Parthona Aurthopethic Hospital Guwahatit চিকিৎসা চলি আছে…কিন্ত তাৰ এই ব্যয়বহুল চিকিৎসা ঘৰ খনৰ বাবে সপোনৰো অগোচৰ॥ এতিয়া প্ৰয়োজন মাথো আপোনালোকৰ অলপ সহায়ৰ…
আশাকৰোঁ তাৰ ঘৰখনৰ বাবে তথা তাৰ মুখৰ ফালে চাই সকলোৱে অলপ সহায় কৰে যেন।

21/09/2023

Want progress? Go and elect the suitable one🙏🏻



02/01/2022

মঙ্গলদৈ মহাবিদ্যালয়ৰ সৰ্বাংগীন বিকাশেই যাৰ মূল মন্ত্ৰ
সেইজনেই আমাৰ নিশান্ত।
জ্বলাবলৈ আহিছে প্ৰগতিৰ শলিতা
ভোট ফৰ নিশান্ত কলিতা ।।


24/12/2021

সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক, মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, মঙ্গলদৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, দৰং ৰত্নৰে বিভূষিত তথা বিশিষ্ট সংস্কৃত পণ্ডিত, শ্ৰদ্ধাৰ প্ৰভাত চন্দ্ৰ শৰ্মা শাস্ত্ৰী ছাৰৰ মহাপ্ৰয়াণত অতিকৈ মৰ্মাহত হৈছোঁ ৷ তেখেতৰ বিয়োগত মঙলদৈ মহাবিদ্যালয় ছাত্ৰ সমাজৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ । ছাৰৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷
৷৷ ঔঁম শান্তি ৷৷ ৷৷ ঔঁম শান্তি ৷৷ ৷৷ ঔঁম শান্তি ৷৷



11/12/2021

আহকছোন আমি #হিমৰাজ_বৰুৱাৰ সুন্দৰ নৃত্যটি উপভোগ কৰো....আৰু ভাল পালে লাইক আৰু ছেয়াৰ কৰি দিব😊😊😊

#𝙼𝚊𝚗𝚐𝚊𝚕𝚍𝚊𝚒𝚌𝚘𝚕𝚕𝚎𝚐𝚎

10/12/2021

অসমী আইৰ হকে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰা ঐতিহাসিক অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদ আমাৰ বাবে স্মৰনীয়, তেখেতসকলৰ মহৎ ত্যাগ আৰু সংগ্ৰামৰ গাঁথা ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতে উজ্বলি থাকিব
আজি "শ্বহীদ দিৱসৰ" এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।🙏

#জয়আইঅসম🙏
#ভাৰতমাতাকীজয়🙏

Photos from VOICE of Mangaldai college's post 09/12/2021

যোৱাকালি হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতৰ তিনিওটা সেনাবাহিনী ৰ মুৰব্বী (CDS) জেনেৰেল বিপিন লক্ষন সিং ৰৱাট ডাঙৰীয়াৰ আকস্মিক, অকাল বিয়োগত তেখেতৰ আত্মাৰ সদগতি কামনা কৰি মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে আজি বন্তি প্ৰজ্বলন কৰে... হে ৰাষ্ট্ৰপ্ৰেমী বীৰ আপোনাক বিদাই🙏🏻

09/12/2021
08/12/2021

আহকছোন #ৰাকেশ_ডেকাৰ সুন্দৰ কণ্ঠৰ বিহুটি উপভোগ কৰোঁ লগতে চেয়াৰ কৰি আনকো দেখুৱাও 😊

Want your school to be the top-listed School/college in Mangaldai?

Click here to claim your Sponsored Listing.

Location

Website

Address

SH-11
Mangaldai
784529