Iqra Coaching Centre

Iqra Coaching Centre This is an online educational plateform. By which we try to provide spritual, mortal and quality educ

19/08/2026
ইক্বৰা কোচিং চেণ্টাৰ ফুলতলি বজাৰ: হোজাই:অসম মক্তৱ শিক্ষাৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ লগতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ইংৰা...
19/08/2026

ইক্বৰা কোচিং চেণ্টাৰ
ফুলতলি বজাৰ: হোজাই:অসম
মক্তৱ শিক্ষাৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ লগতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ইংৰাজী অসমীয়া দুয়োটা মাধ্যমৰ ল'ৰা -ছোৱালীক পাঠদান দিয়া হয়।
সময়: আবেলি ৫বজাৰ পৰা ৰাতি ৮ বজালৈ
নামভৰ্তিৰ বাবে যোগাযোগ কৰক: 7637046778

14/08/2026

বৃহত্তৰ উদালী, তিনিআলি আৰু নখুটি অঞ্চলৰ সমাজহিতৈষী ব্যক্তিসকল, বিভিন্ন সংগঠনৰ বিষয়ববীয়া তথা কৰ্মীবৃন্দআৰু অভিভাৱক সকল। আপোনালোক সকলোকে মোৰ ফালৰপৰা ছালাম আৰু নমস্কাৰ জনাইছো।
আপোনালোক সকলোৰে দৃষ্টি আকৰ্ষণ কৰি জনাব বিচাৰোঁ যে আজি কেইদিনমানৰ পৰা কেইজনমান উদণ্ড বাইকচালকে ঠিক ল'ৰা -ছোৱালী বিদ্যালয়লৈ যোৱাৰ সময়ত বা বিদ্যালয় ছূটিৰ সময়ত তীব্ৰ বেগেৰে নম্বৰ প্লেটবিহীন বাইক চলাই ছাত্ৰ ছাত্ৰীৰ মাজত এক সন্ত্ৰাস তথা আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। এনে উশৃংখল তথা উদণ্ড বাইকাৰ্চ সকলক কেনেদৰে নাকি লগাব পৰা যায় তাৰ এটা সু-ব্যৱস্থা আপোনালোকে কৰক। আল্লাহে নকৰক আপোনাৰ ল'ৰা -ছোৱালীৰ কোনো দূৰ্ঘটনা হোৱাৰ পিছত আপুনি মাত মাতিব নেকি?নহয় তেনে নহয় , আপোনালোকে তেনে উদণ্ড বাইকাৰ্চ সকলক চিনাক্ত কৰি প্ৰশাসনক চমজাই দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকৰ ল'ৰা -ছোৱালীৰ নিচিনাকৈ আনৰো ল'ৰা -ছোৱালীক অনাক্ষাংকিত বিপদৰ ৰক্ষা কৰক।

হাফিজ মৰতুজা হাছান বৰভূঞাঁ
ফুলতলি বজাৰ
১৪/৮/২৬

12/08/2026

ইক্বৰা কোচিং চেণ্টাৰ
ফুলতলি বজাৰ, হোজাই:অসম
নামভৰ্তি চলি আছে
প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ।
অভিজ্ঞ তথা প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক দ্বাৰা পাঠদান ৰ ব্যৱস্থা।

20/07/2026

মেট্ৰ' ষ্টেচনত প্ৰৱেশ আৰু প্ৰস্থানৰ ডিজিটেল পদ্ধতি।

হাইদ্ৰাবাদৰ কিছু স্মৃতি ১৮/৭/২৬
18/07/2026

হাইদ্ৰাবাদৰ কিছু স্মৃতি ১৮/৭/২৬

12/07/2026

Day 4
At Hyderabad
Kuhe Imam Dargah

07/07/2026

For drinking water modern technology been implemented in Kolkata airport

Address

Maz Udali
Lanka

Website

Alerts

Be the first to know and let us send you an email when Iqra Coaching Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share