14/04/2026
আজি আমাৰ ৩ নং ছাৰ্থে গাওঁস্থিত নৱজ্যোতি আদৰ্শ একাডেমীৰ পৰা সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ বাবে এখন গাম্ভীৰ্য পূর্ণ সভা অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আলতাফ হুছেইন ছাৰে আৰু উপস্থিত থকা অভিভাৱকে সিহঁতক উদ্দেশ্যি অভিভাৱক সকলৰ উপস্থিতিত মূল্যৱান বক্তব্য দাঙি ধৰে।