05/11/2024
ভাষা গৌৰৱ সপ্তাহ উদযাপন :
লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাএ একতা সভাৰ সহযোগত আৰু অসমীয়া বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসুচীৰে আজি ইংৰাজী ৫-১১-২০২৪ তাৰিখে অসমীয়া ভাষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় ।মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী-গ্ৰন্থাগাৰিক আৰু ছাএ-ছাএীৰ উপস্থিত থকা অনুস্থানটি সফল ভাৱে সমাপ্তি হয় ।