Habraghat College Student Union

Habraghat College Student Union Habraghat college students union 2025-26

নৱাগত আদৰণি সভা ২০২৬✨
18/09/2026

নৱাগত আদৰণি সভা ২০২৬✨

নৱাগত আদৰণি সভা ২০২৬স্মৃতি তৰ্পণ আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি 🙏🏻
18/09/2026

নৱাগত আদৰণি সভা ২০২৬
স্মৃতি তৰ্পণ আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি 🙏🏻

11/09/2026

16 september

29/08/2026
আজি হাব্ৰাঘাট মহাবিদ্যালয়ত ৪৮তম প্রতিষ্ঠা দিৱস উদযাপন কৰা হয় । তাৰ লগতে  বাৰ্ষিক আলোচনীখনো (জ্ঞানদ্বীপ) ২০২৫-২৬ চনৰ উন...
29/08/2026

আজি হাব্ৰাঘাট মহাবিদ্যালয়ত ৪৮তম প্রতিষ্ঠা দিৱস উদযাপন কৰা হয় । তাৰ লগতে বাৰ্ষিক আলোচনীখনো (জ্ঞানদ্বীপ) ২০২৫-২৬ চনৰ উন্মোচন হয় ।
H.M.V.S.U 2025-26

স্বাধীনতা দিৱস উপলক্ষে গীত আৰু নৃত্য প্ৰতিযোগিতা ২০২৬ 🏆🇮🇳স্বাধীনতাৰ চেতনাৰে, জ্ঞানৰ উজ্জ্বলতাৰে—হাব্ৰাঘাট  মহাবিদ্যালয় ...
16/08/2026

স্বাধীনতা দিৱস উপলক্ষে গীত আৰু নৃত্য প্ৰতিযোগিতা ২০২৬ 🏆🇮🇳

স্বাধীনতাৰ চেতনাৰে, জ্ঞানৰ উজ্জ্বলতাৰে—হাব্ৰাঘাট মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আজি সফলতাৰে অনুষ্ঠিত হ’ল গীত আৰু নৃত্য প্ৰতিযোগিতা।

এই আয়োজন হৈ ৰ’ল এক সুন্দৰ আৰু স্মৰণীয় অভিজ্ঞতা।

জয় হিন্দ 🇮🇳 | জয় আই অসম✊🏻

আজি হাব্ৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা হাব্ৰাঘাট মহাবিদ্যালয়ৰ চৌহদত এখন মুকলি মঞ্চ স্থাপনৰ(open stage) ৰ ...
13/08/2026

আজি হাব্ৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফালৰ পৰা হাব্ৰাঘাট মহাবিদ্যালয়ৰ চৌহদত এখন মুকলি মঞ্চ স্থাপনৰ(open stage) ৰ বাবে কৃষ্ণাই আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভাপতি মনোৱাৰ হুছেইন ,আঞ্চলিক পঞ্চায়তৰ সদস্য আনোৱাৰ হুছেইন আৰু আঞ্চলিক পঞ্চায়তৰ বিষয় ববিয়া সকলক আমাৰ ঐতিহ্যপূৰ্ণ হাব্ৰাঘাট মহাবিদ্যালয়ৰ বহু দিনীয়া এই সমস্যা সমাধানৰ বাবে এখনি স্মাৰকপত্ৰ প্ৰদান কৰা হয়। আশা ৰাখিছোঁ ,তেওঁলোকে আমাৰ এই সমস্যা সমাধানত সহায় কৰিব।
H.M.VS.U 2025-26

Address

Krishnai
783126

Website

Alerts

Be the first to know and let us send you an email when Habraghat College Student Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category