03/10/2025
থোৰতে জুবিন গাৰ্গৰ সংগীত যাত্ৰা:
বাণীবদ্ধ প্ৰথম গীত : তুমি জানো পাৰিবা সোণ (ঋতু ১৯৯৩)
প্ৰথমখন এলবাম : অনামিকা (১৯৯২)
সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি : হিয়া দিয়া নিয়া (২০০০)
নিজে ৰচনা কৰা প্ৰথম গীত : গানে কি আনে (অনামিকা)
প্ৰথম হিন্দী গীত : চান্দিনী ৰাত হ্যেয় চনম (চান্দিনী ৰাত)
প্ৰথম বিহু এলবাম : উজান পিৰীতি (১৯৯৫)
প্ৰথম মঞ্চত গীত পৰিৱেশন : সোণাৰী প্ৰেক্ষাগৃহ
প্ৰথমখন বিহু মঞ্চ : দুলিয়াজান
প্ৰথম বেংগলী গীত : Bojhena Shey Bojhena
প্ৰথম ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ: ২০০৯(Echoes of Silence)
আন্তৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম গীত:" Ya Ali- গেংষ্টাৰ "(Global Indian Film Awards)
অন্তিম গীত : বাটৰে শেষতে (ৰাজধানী থিয়েটাৰ)
অন্তিম গীত পৰিৱেশন : Tears in Heaven(ছিংগাপুৰ ১৮ ছেপ্তেম্বৰ)
11/02/2025
11/02/2025
10/09/2022
25/07/2022