যদুমণি

যদুমণি নমস্কাৰ মই যদু
সকলোকে এই পেজটোলৈ স্বাগতম জনাইছো🙏

বহুত মনত পৰিছে অ মুন তুলৈ। ইমান সোনকালে তই আমাক এৰি জাবি বোলি ভবাই নাছিলোঁ 😭😭😭
06/05/2026

বহুত মনত পৰিছে অ মুন তুলৈ। ইমান সোনকালে তই আমাক এৰি জাবি বোলি ভবাই নাছিলোঁ 😭😭😭

ঘৰ এৰি পুনৰ কৰ্মস্থানলৈ বুলি যাত্রা...
04/05/2026

ঘৰ এৰি পুনৰ কৰ্মস্থানলৈ বুলি যাত্রা...

আজিৰ দিনটো আমাৰ জীৱনৰ এক অতি মৰমলগা আৰু স্মৰণীয় দিন ❤️বিয়াৰ পবিত্ৰ বন্ধনত আবদ্ধ হোৱা আজি ১২ বছৰ সম্পূৰ্ণ হ’ল।এই ১২ বছৰ...
01/05/2026

আজিৰ দিনটো আমাৰ জীৱনৰ এক অতি মৰমলগা আৰু স্মৰণীয় দিন ❤️বিয়াৰ পবিত্ৰ বন্ধনত আবদ্ধ হোৱা আজি ১২ বছৰ সম্পূৰ্ণ হ’ল।
এই ১২ বছৰত সুখ-দুখ, হাঁহি-কান্দোন, সংগ্ৰাম আৰু সফলতাৰ মাজেৰে একেলগে বহু স্মৃতি গঢ়ি তুলিছোঁ।প্ৰতিটো ক্ষণত তোমাৰ মৰম, সহায়, বুজাবুজি আৰু বিশ্বাসে মোৰ জীৱনটোক অধিক পূৰ্ণ আৰু সুন্দৰ কৰি তুলিছে।
তোমাৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে আশীৰ্বাদ স্বৰূপ। আগলৈওঁ এনেকৈয়ে হাতত হাত ধৰি, মৰম আৰু বিশ্বাসেৰে জীৱনৰ প্ৰতিটো দিন একেলগে অতিক্ৰম কৰিব বিচাৰোঁ।

এই সুন্দৰ ১২ বছৰৰ যাত্ৰাৰ বাবে ঈশ্বৰক অন্তৰৰ পৰা ধন্যবাদ 🙏Happy 12th Marriage Anniversary to us 💕✨

প্রেমত জয়ী হৈ জীৱনত কষ্ট পোৱাত কৈ প্ৰেমত পৰাজিত হৈ নিজক সৃষ্টিশীল কৰিব পাৰিলে হে জীৱন সার্থক হোৱা যেন লাগে।
01/05/2026

প্রেমত জয়ী হৈ জীৱনত কষ্ট পোৱাত কৈ প্ৰেমত পৰাজিত হৈ নিজক সৃষ্টিশীল কৰিব পাৰিলে হে জীৱন সার্থক হোৱা যেন লাগে।

Good morning 🌄
29/04/2026

Good morning 🌄

সৰু সৰু সুখবোৰেই জীৱনক ধুনীয়া কৰি তোলে—শুপ্ৰভাত! 💖
27/04/2026

সৰু সৰু সুখবোৰেই জীৱনক ধুনীয়া কৰি তোলে—শুপ্ৰভাত! 💖

জেঠাই লগত ♥️
26/04/2026

জেঠাই লগত ♥️

জীৱনত টকাৰ প্ৰয়োজন নিশ্চিতভাৱে বহুত, কিন্তু এই প্রয়োজনীয়তা প্রিয়জনতকৈ বেছি হ'ব পাৰে জানো ♥️
25/04/2026

জীৱনত টকাৰ প্ৰয়োজন নিশ্চিতভাৱে বহুত, কিন্তু এই প্রয়োজনীয়তা প্রিয়জনতকৈ বেছি হ'ব পাৰে জানো ♥️

Good morning
24/04/2026

Good morning

Good morning 🌅
22/04/2026

Good morning 🌅

Address

Kahilipara

Website

Alerts

Be the first to know and let us send you an email when যদুমণি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share