ITEP- Bahona College

Website

ITEP- Bahona College 4-Year Integrated Teacher Education Programme (ITΕΡ) B.A B.Ed and B. Sc. B. Ed

28/08/2026

২০২৬ বৰ্ষৰ নৱাগত আদৰণি সভাৰ প্ৰস্তুতি...

আমাৰ প্ৰতিভা...নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত ঘোষিকাৰ দায়িত্বত ITEP বিভাগৰ দুগৰাকী ছাত্ৰী...🌻🌻সদ্দিচ্ছা আৰু জাগৃ...
23/08/2026

আমাৰ প্ৰতিভা...
নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত ঘোষিকাৰ দায়িত্বত ITEP বিভাগৰ দুগৰাকী ছাত্ৰী...
🌻🌻সদ্দিচ্ছা আৰু জাগৃতি 🌻🌻

বাহনা মহাবিদ্যালয়ৰ ITEP বিভাগৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত বান পীড়িত অঞ্চলৰ দুখন বিদ্যালয় ক্ৰমে...
23/08/2026

বাহনা মহাবিদ্যালয়ৰ ITEP বিভাগৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত বান পীড়িত অঞ্চলৰ দুখন বিদ্যালয় ক্ৰমে কুমাৰভেটি প্ৰাথমিক বিদ্যালয় , নৱজ্যোতি প্ৰাথমিক বিদ্যালয় আৰু এখন অংগনবাড়ী কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীক কিছু শিক্ষাৰ সামগ্ৰী প্ৰদান কৰা হয়... বিতৰণ কাৰ্যসূচী ITEP বিভাগৰ সমন্বয়ক ড° মৃদুল দত্ত ছাৰ আৰু কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে সম্পাদন কৰে। বিভাগটোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ এনে যোগাত্মক চিন্তা সদায় অটুট থাকক...

22/08/2026

তোমালোকৰ মুহূৰ্ত এনেকৈয়ে সাচি ৰাখিলোঁ

২০২৬-২৭ বৰ্ষৰ বাহনা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৱাগত ITEP বিভাগৰ ধৃতিসুন্দৰ নাথ... অভিনন্দন তোমালৈ... জিলিকি থাকা সদায়...
22/08/2026

২০২৬-২৭ বৰ্ষৰ বাহনা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৱাগত
ITEP বিভাগৰ ধৃতিসুন্দৰ নাথ... অভিনন্দন তোমালৈ...
জিলিকি থাকা সদায়...

বাহনা মহাবিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগতা ITEP বিভাগৰ কাবেৰী গগৈ🌻🌻 অভিনন্দন তোমালৈজিলিকি থাকা সদায়...
22/08/2026

বাহনা মহাবিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগতা
ITEP বিভাগৰ কাবেৰী গগৈ🌻🌻 অভিনন্দন তোমালৈ
জিলিকি থাকা সদায়...

২০২৬-৩০ বৰ্ষৰ ITEP ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকিপৰ্ব.. স্বাগতম সকলোকে...
15/08/2026

২০২৬-৩০ বৰ্ষৰ ITEP ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শিক্ষক-শিক্ষয়ত্ৰী আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকিপৰ্ব..
স্বাগতম সকলোকে...

Itep 1st Semester Orientation Programme 08/08/2026
08/08/2026

Itep 1st Semester Orientation Programme
08/08/2026

ITEP Admission 2026-27
14/05/2026

ITEP Admission 2026-27

Bahona College ITEP Prospectus 2026-27
07/05/2026

Bahona College ITEP Prospectus 2026-27

Address

Bahona
Jorhat
785101

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Alerts

Be the first to know and let us send you an email when ITEP- Bahona College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share