মঘাই ওজা শিশু নিকেতন, হাতীগড়, যোৰহাট

  • Home
  • India
  • Jorhat
  • মঘাই ওজা শিশু নিকেতন, হাতীগড়, যোৰহাট

মঘাই ওজা শিশু নিকেতন, হাতীগড়, যোৰহাট Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মঘাই ওজা শিশু নিকেতন, হাতীগড়, যোৰহাট, School, Hatigarh Nawsalia Gaon , P. O. Chowtang,, Hatigarh, Jorhat. , Infront of Maghai Oza Kalakhetra Asom . , Via. Rosheswar Boruah Path. Chanijan, Jorhat.

মঘাই ওজা শিশু নিকেতন, মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয় ।
স্থাপিত : ১৯৯৪ চন
প্ৰাদেশিকৃত : ২০১৩ চন
ডাইচ্ কড্ : ১৮১৭০১০৫২০২

মুঠ ছাত্ৰ-ছাত্ৰী: ১০৪
কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী : ০৮

আমাৰ গৌৰৱ ।
06/09/2025

আমাৰ গৌৰৱ ।

বিদ্যালয়ৰ ৩১ সংখ্যক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস , শিক্ষক দিৱস উদযাপন আৰু বাৰ্ষিক বটা বিতৰণী সভা খনি দিনযোৰা কাৰ্যসূচীৰে ম...
06/09/2025

বিদ্যালয়ৰ ৩১ সংখ্যক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস , শিক্ষক দিৱস উদযাপন আৰু বাৰ্ষিক বটা বিতৰণী সভা খনি দিনযোৰা কাৰ্যসূচীৰে মঘাই ওজা কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ।
পৰম্পৰা অনুসৰি শিক্ষক দিৱস উপলক্ষে বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়ৰ প্ৰতিস্থা কালৰ পৰা জড়িত তথা হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অবসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ নিভাৰানী বৰা Nivarani Borah বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
তেখেতে চলিত বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যালয়ৰ পৰা বৃত্তি পৰীক্ষাত স্থান প্ৰাপ্তৰ বাবে শৈক্ষিক বটা প্ৰদানৰ কথা ৰাজহুৱাভাবে ঘোষণা কৰে।

বিদ্যালয় শুভাকাংশী তথা ২৮ নং মেলেং বালিচাপৰি গাওঁ পঞ্চায়তৰ সভাপতি দিলীপ ভৰালীদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাতে বিদ্যালয়ৰ কৃতি ছাত্ৰ-ছাত্ৰী প্ৰিতিস্মিতা দত্ত, প্ৰতিস্না বৰা আৰু শশাংক বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে ঁদ্বিজেন গোস্বামী, ঁআইজনী বৰুৱা,ঁঅকণ দত্ত আৰু ঁচকৰী বৰা সোঁৱৰণী বিদ্যালয়ৰ বাৰ্ষিক শৈক্ষিক বটা সমূহ আৰু বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা, ক্ৰীড়া সপ্তাহত স্থান প্ৰাপ্ত সকলক পুৰস্কাৰ বিতৰণ কৰা হয় ।
Dillip Bharali

বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ অমূল্য কুমাৰ বৰুৱা দেৱে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা  ২০২৫ বৰ্ষৰ  জিলা কৃতী ...
05/09/2025

বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ অমূল্য কুমাৰ বৰুৱা দেৱে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা ২০২৫ বৰ্ষৰ জিলা কৃতী শিক্ষক বটা লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ।
বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা চাৰলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো ।

সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিলো
04/09/2025

সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰিলো

30/08/2025

Producer : Arup Kr. MishraDate & Time of Telecast : 28-08-2025/ 8:00 PMDD Assam, under Prasar Bharati, public service broadcaster of India

15/08/2025
*৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন*Samagra Shikhsa Jorhat
15/08/2025

*৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন*
Samagra Shikhsa Jorhat

"THOUGHTS TO ACTION" ৰ সহযোগত kakajan College ৰ dept of English ৰ পঞ্চম সান্মাষিকৰ অধ্যয়নৰত-ছাত্ৰীসকলে  য়ে ২৬/৬/২০২৬ ৰ...
29/06/2025

"THOUGHTS TO ACTION" ৰ সহযোগত
kakajan College ৰ dept of English ৰ পঞ্চম সান্মাষিকৰ অধ্যয়নৰত-ছাত্ৰীসকলে য়ে
২৬/৬/২০২৬ ৰ পৰা দুদিনীয়াকৈ
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক সহ: বিদ্যালয়তনিক ক্ষেত্ৰত আগবঢ়োৱাৰ উদ্দেশ্যৰে Summer Camp আযোজন কৰে ।
বিদ্যালয়‌ৰ তৰফৰ পৰা উক্ত কাৰ্যসূচীত সহযোগীতা আগবঢ়োৱা হয় ।
Samagra Shikhsa Jorhat

২১ জুন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী ৰ সহযোগত পূৱা ৬.৩০ বজাৰ পৰা বিশেষ কাৰ্যসূচী অ...
26/06/2025

২১ জুন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী ৰ সহযোগত পূৱা ৬.৩০ বজাৰ পৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
Jorhat Education Block
Samagra Shikhsa Jorhat

*বিষ্ণুৰাভা দিৱস উদযাপন* ২০/৬/২০২৫ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সহযোগত দিনযোৰা কাৰ্যসূচী, ছাত্ৰ-ছাত...
21/06/2025

*বিষ্ণুৰাভা দিৱস উদযাপন*
২০/৬/২০২৫

ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সহযোগত দিনযোৰা কাৰ্যসূচী, ছাত্ৰ-ছাত্ৰী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশন আৰু গীতৰ আধাৰত নৃত্য পৰিবেশন কৰে ।
Samagra Shikhsa Jorhat

Address

Hatigarh Nawsalia Gaon , P. O. Chowtang,, Hatigarh, Jorhat. , Infront Of Maghai Oza Kalakhetra Asom . , Via. Rosheswar Boruah Path. Chanijan
Jorhat
785101

Website

Alerts

Be the first to know and let us send you an email when মঘাই ওজা শিশু নিকেতন, হাতীগড়, যোৰহাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category