Dr.Nobin Bordoloi College Official

Dr.Nobin Bordoloi College Official Dr. Nobin Bordoloi College, ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়, যোৰহাট

18/05/2026

১৯৮৬ চনত স্থাপিত যোৰহাট জিলাৰ এখন স্বনামধন্য শিক্ষানুষ্ঠান ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়। এই মহাবিদ্যালয়ত উন্মোচন কৰা যাদুঘৰটোত অসমৰ ঐতিহ্য, সংস্কৃতি আৰু পুৰণি ব্যৱহাৰিক সামগ্ৰী সংৰক্ষণ কৰি ৰখা হৈছে। যাদুঘৰটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক মূল্যৱান শিক্ষাৰ কেন্দ্র, য’ত তেওঁলোকে বাস্তৱ সামগ্ৰী দেখি অতীতৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে। ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই নিজৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰতি আগ্ৰহী হৈ উঠে। ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ এই যাদুঘৰটো শিক্ষা আৰু সংস্কৃতিৰ এক সুন্দৰ সংযোগস্থল।

04/05/2026

ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়
নামভৰ্তি ২০২৬-২০২৭

19/04/2026

B.A 1st Semester Admission 2026-2027
Dr. Nobin Bordoloi College

উন্মীলন ০২: The Exposure 02মহাবিদ্যালয় সপ্তাহ ২০২৬
18/03/2026

উন্মীলন ০২: The Exposure 02
মহাবিদ্যালয় সপ্তাহ ২০২৬

Inauguration of Digital Block, Dr. Nobin Bordoloi College
17/03/2026

Inauguration of Digital Block, Dr. Nobin Bordoloi College

সকলোৰে আন্তৰিক সহযোগিতা, অনুপ্ৰেৰণাত ডিব্ৰুগড়  বিশ্ববিদ্যালয় আন্ত মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত আমি জয়ী হৈ যি 'স্মৰণীয়...
21/12/2025

সকলোৰে আন্তৰিক সহযোগিতা, অনুপ্ৰেৰণাত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত আমি জয়ী হৈ যি 'স্মৰণীয় দিন' পালোঁ, এই সমগ্ৰ অভিযানৰ বাবে অনুপ্ৰেৰণা আগবঢ়োৱা পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়ৰ লগতে, সদস্য-সদস্যাসকল, সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী, প্ৰিয় খেলুৱৈসকল, শিক্ষাৰ্থীসকল, শুভাকাংখীসকললৈ আন্তৰিক ধন্যবাদ। আন্তৰিক ধন্যবাদৰ পাত্ৰ খেলুৱৈ সকলৰ তত্বাবধানত থাকি সকলো দিশ পৰিচালনা কৰা সহকাৰী অধ্যাপক ক্ৰমে সৰুজ শইকীয়া আৰু জ্যোতি ৰঞ্জন পেও ।ডাঃ নবীন বৰদলৈ কলেজৰ বিজয়-ধ্বজ্জ্বা উৰি থাকক!!🙏🙏💐💐

ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচন 16/10/2025 তাৰিখে অনুষ্ঠিত হয় ।
16/10/2025

ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচন 16/10/2025 তাৰিখে অনুষ্ঠিত হয় ।

পৃথিৱীক সেউজীয়া কৰা আমাৰ কৰ্ম ।
19/09/2025

পৃথিৱীক সেউজীয়া কৰা আমাৰ কৰ্ম ।

ভাৰতৰত্ন ডo ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী
14/09/2025

ভাৰতৰত্ন ডo ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী

Address

Na-Ali
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Dr.Nobin Bordoloi College Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share