Gurukul Sikshyayotan Jatiya Vidyalaya, Jorhat

Gurukul Sikshyayotan Jatiya Vidyalaya, Jorhat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gurukul Sikshyayotan Jatiya Vidyalaya, Jorhat, Education, Jorhat.

আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ কেইটামান মূহুৰ্ত
13/01/2025

আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ কেইটামান মূহুৰ্ত

06/01/2025
ADMISSION GOING ON
30/05/2023

ADMISSION GOING ON

২০২২ বৰ্ষৰ আমাৰ বিদ্যালয়ৰ সাফল্য ।
07/06/2022

২০২২ বৰ্ষৰ আমাৰ বিদ্যালয়ৰ সাফল্য ।

যোৰহাট জিলাভিত্তিত অনুস্থিত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা আমাৰ দুই প্ৰতিযোগী -- অনুস্কা বৰুৱা আৰু প্ৰিয়াক্...
05/06/2022

যোৰহাট জিলাভিত্তিত অনুস্থিত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা আমাৰ দুই প্ৰতিযোগী -- অনুস্কা বৰুৱা আৰু প্ৰিয়াক্ষী তালুকদাৰ।

12/04/2022

গুৰুকুল শিক্ষায়তন জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিহুগীত আৰু নৃত্যৰে আজি ৰঙালীক আদৰণি জনায়।

04/04/2022

গুৰুকুল শিক্ষায়তন জাতীয় বিদ্যালয়ৰ আজি ২০২২-২৩ বৰ্ষৰ বিদ্যাৰম্ভ কৰা হয়।

আজি আমাৰ বিদ্যালয়ৰ ৭৩ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰ মুহূর্ত ।
26/01/2022

আজি আমাৰ বিদ্যালয়ৰ ৭৩ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰ মুহূর্ত ।

আমাৰ বিদ্যালয়ত ৬৯ তম শিল্পী দিৱস উদযাপনৰ কিছু মুহূর্ত ।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি এই মৃত্যুৰ দিনটোত আমি সমূহ...
17/01/2022

আমাৰ বিদ্যালয়ত ৬৯ তম শিল্পী দিৱস উদযাপনৰ কিছু মুহূর্ত ।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি এই মৃত্যুৰ দিনটোত আমি সমূহ গুৰুকুল পৰিয়াল বৰ্গই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো।🙏

১১ডিচেম্বৰ২০২১ তাৰিখে আমাৰ গুৰুকুল শিক্ষায়তন জাতীয় বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "মৌ-কোঁহ"ৰ ৪ৰ্থ সংখ্যা প্ৰকাশিত হয় ।বিদ্যাল...
12/12/2021

১১ডিচেম্বৰ২০২১ তাৰিখে আমাৰ গুৰুকুল শিক্ষায়তন জাতীয় বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "মৌ-কোঁহ"ৰ ৪ৰ্থ সংখ্যা প্ৰকাশিত হয় ।বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰিচা ভূঞাৰ সম্পাদনাত আৰু বিদ্যালয়খনৰ সমূহ শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ প্ৰতিজন কৰ্মকৰ্তাৰ সহযোগত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰিত যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ মেঘালী বৰুৱা বাইদেউৱে ।প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধিত সহায় কৰে সুদূৰ কানাডাস্থিত টৰণ্ট' বিশ্ববিদ্যালয়ত গৱেষণাৰত যোৰহাট গৌৰৱ সন্মানীয় দেবাঞ্জন বৰঠাকুৰদেৱে । বিশিষ্ট অতিথিৰূপে আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা বহুমূলীয়া সময়খিনিৰ বাবে দুয়োগৰাকী সমল ব্যক্তিলৈ গুৰুকুল পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ । আজিৰ সভাখনিত সভাপতিৰ দায়িত্বত থাকি সুচাৰুৰূপে কাৰ্য পৰিচালনা কৰাত সহযোগ কৰা বিদ্যালয়খনৰ অধি-উপাধ্যায় শ্ৰীযুত প্ৰশান্ত কলিতাদেৱ,বিদ্যালয় প্ৰধান শ্ৰীযুতা ঝৰণা দত্ত বাইদেউ, উপদেষ্টা শ্ৰীযুত ধীৰাজ দাস মহোদয়কে প্ৰমুখ্য কৰি বিদ্যালয়ৰ সমূহ বিষয়ববীয়ালৈ আমাৰ এই ফেচবুক পেজৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকললৈ মৰম জাচিছোঁ ।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Gurukul Sikshyayotan Jatiya Vidyalaya, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category