Jorhat Sangeet Vidyalay

Jorhat Sangeet Vidyalay Jorhat Sangeet Vidyalay was established in 16th July' 1946 Courses :-
Vocal, Tabla, Violin, Satriya Nritya, Spanish Guitar, Flute

All concerned are requested to collect their Bhatkhande pass certificates from Office of the Jorhat Sangeet Vidyalay.
23/08/2026

All concerned are requested to collect their Bhatkhande pass certificates from Office of the Jorhat Sangeet Vidyalay.

14/08/2026

Presenting one patriotic song by the students of PP II class of Jorhat SANGEET VIDYALAYA on the eve of 80th Independence day . The song composed by Nurul Hoque and tuned by Sangeet Pran Indreswar Sarmah.
Wish you all a very happy INDEPENDENCE DAY

14/08/2026

Students of Jorhat Sangeet Vidyalaya, Nehru Park, Jorhat presented one patriotic group song on the eve of 80th Independence day 2026.
WISH YOU ALL A VERY HAPPY INDEPENDENCE DAY.

13/08/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়ৰ বেহেলা বিষয়ৰ প্ৰথমা দ্বিতীয় আৰু মধ্যমা বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সুৰ সমলয় 🎉🎉

13/08/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক প্ৰকাশ শৰ্মাৰ কথা, সুৰ আৰু পৰিচালনা ৰে শিক্ষয়ত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত 👌👌

28/07/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সত্ৰীয়া নৃত্যৰ অনুষ্ঠান

28/07/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত কন্ঠ সংগীত উচ্চ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত

28/07/2026

ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলে এই যোৰহাট সংগীত বিদ্যালয়ৰ page টো follow কৰিবলৈ অনুৰোধ জনালো।

28/07/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত কন্ঠ সংগীত মধ্যমা বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত ধ্ৰুপদ গায়ান।

28/07/2026

যোৰহাট সংগীত বিদ্যালয়ৰ ২০২৬ চনৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত কন্ঠ সংগীত প্ৰথমা দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত।

Address

Nehru Park
Jorhat

Opening Hours

Thursday 4pm - 5:30pm
Friday 4pm - 5:30pm
Saturday 3pm - 5:29pm
Sunday 8am - 12pm

Telephone

+919864257229

Website

Alerts

Be the first to know and let us send you an email when Jorhat Sangeet Vidyalay posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category