10/06/2023
২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০০% ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
দিচৈভেলী একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ HSLC আৰু H.S. পৰীক্ষা তুলনাত্মক ফলাফল -
নাম HSLC HS
মনালী তামুলী 72% 84%
অৰ্জুন মাহাতো 53% 82.2%
ভূমিকা নেওঁগ 56% 72%
আয়ুশ শইকীয়া 49% 61%
অন্তৰীপ দত্ত 58% 64.8%
বৃষ্টি দত্ত 54% 67.8%
সংগীতা দত্ত 53% 64.4%
*ADMISSION GOING ON*
আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা।
FOR MORE DETAILS
CONTACT : 8811029787
8811029778