Madhavdev Seminary High School

Madhavdev Seminary High School জ্ঞানাৰ্থে প্ৰৱেশ সেৱাৰ্থে প্ৰস্থান

বিদ্যালয়ৰ গুণোৎসৱ-২০২৫ ৰ ফলাফল : A
27/03/2025

বিদ্যালয়ৰ গুণোৎসৱ-২০২৫ ৰ ফলাফল : A

বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ,২০২৪-২৫ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ ...
14/02/2025

বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ,২০২৪-২৫ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ স্থিৰচিত্ৰ ।

আজি বিদ্যালয়ৰ শনিবৰীয়া চ'ৰাৰ দৃশ্যাংশ✨
25/01/2025

আজি বিদ্যালয়ৰ শনিবৰীয়া চ'ৰাৰ দৃশ্যাংশ✨

21/01/2025

📍 গুণোৎসৱৰ-২০২৫ ৰ প্ৰাতঃসভাৰ কাৰ্যসূচী

21/01/2025

২০২৫ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি আমাৰ বিদ্যালয়ৰ বৰ্হি মূল্যায়নৰ প্ৰাতঃ সভাৰ কাৰ্যসূচীত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী লিজাশ্ৰী দত্তই এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল।

📌ইমান ধুনীয়াকৈ পৰিবেশন কৰিছে , শুনিবচোন💫

📌 Gunutasav 2025, Phase II, Day-2

আজি বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰাতঃসভাৰ কিছু স্থিৰচিত্ৰ। সকলোৰে সহযোগত গুণোৎসৱ-২০২৫ সফলভাৱে সমাপন হয়। সকলো শিক্ষাগুৰু আৰু ছাত...
21/01/2025

আজি বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰাতঃসভাৰ কিছু স্থিৰচিত্ৰ। সকলোৰে সহযোগত গুণোৎসৱ-২০২৫ সফলভাৱে সমাপন হয়। সকলো শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ থাকিল।
বৰ্হি মূল্যায়ন_ গুণোৎসৱ,২০২৫(Phase II, Day-2)

আজি আমাৰ বিদ্যালয়ত হেলমেট পৰিধান, মাদক দ্ৰব্য সেৱন বিৰোধ, বাল্য বিবাহ আৰু সামাজিক মাধ্যম ব্যৱহাৰ সম্পৰ্কীয় বিষয়ত এক স...
27/12/2024

আজি আমাৰ বিদ্যালয়ত হেলমেট পৰিধান, মাদক দ্ৰব্য সেৱন বিৰোধ, বাল্য বিবাহ আৰু সামাজিক মাধ্যম ব্যৱহাৰ সম্পৰ্কীয় বিষয়ত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। এই আটাইকেইটা বিষয়ত ছাত্ৰ ছাত্ৰী সকলৰ আগত ব্যাখ্যা আগবঢ়ায় তিতাবৰৰ শ্ৰদ্ধাৰ SDPO মহোদয়ে।

বন্ধু বিদ্যালয় সমাৰোহত আমাৰ বিদ্যালয়ৰ অংশগ্ৰহণ।১৯-১২-২০২৪
21/12/2024

বন্ধু বিদ্যালয় সমাৰোহত আমাৰ বিদ্যালয়ৰ অংশগ্ৰহণ।
১৯-১২-২০২৪

আজি আমাৰ মাধৱদেৱ চেমিনাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। নিৰ্বাচ...
14/12/2024

আজি আমাৰ মাধৱদেৱ চেমিনাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

নিৰ্বাচিত প্ৰাৰ্থীৰ নাম আৰু পদবীসমূহ এনেধৰণৰ-

সাধাৰণ সম্পাদিকা : শ্ৰীমতী প্ৰিয়া বৰকাকতি
সহ-সাধাৰণ সম্পাদক : শ্ৰী পৰীক্ষিত ৰাজবংশী
সাংস্কৃতিক সম্পাদিকা : শ্ৰীমতী জুমজুম বুঢ়াগোহাঁই
সমাজ সেৱা সম্পাদিকা : শ্ৰীমতী কংকনা বৰা
আলোচনী সম্পাদিকা : শ্ৰীমতী অঞ্জলি বৰা
ক্ৰীড়া সম্পাদিকা : শ্ৰীমতী পাপৰি শইকীয়া

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ২০২৪-২৫ ত অংশগ্ৰহণ কৰা বিদ্যালয়ৰ সকলোলৈকে আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে নতুন ছাত্ৰ একতা সভাৰ নিৰ্বাচিত আটাইকেইজন প্ৰাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনোৱা হ'ল।

জয়তু মাধৱদেৱ চেমিনাৰী উচ্চ মাধ্যমিক বিদ্যালয়।

Address

Alengi, Titabar
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Madhavdev Seminary High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Madhavdev Seminary High School:

Shortcuts

Share

Category