Parbatia Adarsha Middle School, Jorhat

Parbatia Adarsha Middle School, Jorhat 08/01/1960

01/01/2026


Bismrita Mahato

01/01/2026

Inauguration of hand-written magazine of children ' আলোক-সন্ধানী' by our respected B.E.E.O. Sidhartha Kumud Gogoi Sir...

01/01/2026


বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৫-২৬বৰ্ষ #ভেশচন_প্ৰতিযোগিতা
01/01/2026

বাৰ্ষিক ক্ৰীড়া সপ্তাহ ২০২৫-২৬বৰ্ষ
#ভেশচন_প্ৰতিযোগিতা

25/12/2025



Shivangi Kalita

সৰুচৰাই মণ্ডলৰ সামাজিক উৎসৱ -২০২৫স্থান:কাঠনীবাৰী মধ্য ইংৰাজী বিদ্যালয়পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ে  "সুধাকণ্ঠলৈ জন্ম ...
25/12/2025

সৰুচৰাই মণ্ডলৰ সামাজিক উৎসৱ -২০২৫
স্থান:কাঠনীবাৰী মধ্য ইংৰাজী বিদ্যালয়
পৰ্বতীয়া আদৰ্শ মজলীয়া বিদ্যালয়ে "সুধাকণ্ঠলৈ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলিৰে তেখেতৰ গীতৰ আধাৰত" সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।সাংস্কৃতিক অনুষ্ঠানত শিৱাংগী কলিতাই এটি সত্ৰীয়া নৃত্যপ্ৰদৰ্শন কৰে, শিক্ষক-শিক্ষয়িত্ৰীসকলে 'আহ আহ ওলাই আহ সজাগ জনতা' গীতটো সমৱেত কণ্ঠত পৰিৱেশন কৰে।ছাত্ৰীসকলে 'বৰ অসম' গীতটোত দলীয় নৃত্য প্ৰদৰ্শন কৰে।

শিক্ষামূলক ভ্ৰমণ আৰু বনভোজ কাজিৰঙা কঁহৰা আৰু 'কাজিৰঙা অৰ্কিড উদ্যান' লৈ----  ২৪ ডিচেম্বৰ, ২০২৫
25/12/2025

শিক্ষামূলক ভ্ৰমণ আৰু বনভোজ কাজিৰঙা কঁহৰা আৰু 'কাজিৰঙা অৰ্কিড উদ্যান' লৈ---- ২৪ ডিচেম্বৰ, ২০২৫

শিশু দিৱস ২০২৫ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু হাতেলিখা আলোচনী 'আলোক-সন্ধানী' উন্মোচনউন্মোচক: খণ্ড প্ৰাথমিক শিক্ষা...
16/11/2025

শিশু দিৱস ২০২৫ 
বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু হাতেলিখা আলোচনী 'আলোক-সন্ধানী' উন্মোচন
উন্মোচক: খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈদেৱ

আজি ইং ৩০/১০/২০২৫ তাৰিখে 'নিৰোদ চাংকাকতি ন্যাস' ৰ পৰা এটি motivational speech প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক ইতিবাচক কথা-বা...
30/10/2025

আজি ইং ৩০/১০/২০২৫ তাৰিখে 'নিৰোদ চাংকাকতি ন্যাস' ৰ পৰা এটি motivational speech প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক ইতিবাচক কথা-বাৰ্তাৰে জীৱন গঢ়াৰ বাবে প্ৰেৰণা যোগায় ন্যাসৰ হৈ বিশিষ্ট ব্যৱসায়ী, সমাজসেৱক নিৰোদ চাংকাকতি দেৱে । ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবৰ বাবে তথা সুচৰিত্ৰ গঠণৰ বাবে সকলোলৈকে 'বেজবৰুৱাৰ বাখৰ আৰু কামত কৃতিত্ব লভিবৰ সংকেত' গ্ৰন্থখনি উপহাৰ আগবঢ়ায় ।লগতে বিদ্যালয়ৰ পুথিভঁৰাললৈ এটি শিশু উপযোগী গ্ৰন্থৰ টোপোলাও আগবঢ়ায় | তেখেতৰ বদান্যতাত আমি বিদ্যালয় পৰিয়াল অত্যন্ত সুখী হৈ কৃতজ্ঞতাৰ গুৱা-পাণ যাঁচিছো।

অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী 'জুবিন গাৰ্গ'ৰ আকস্মিক অকাল মৃত্যুত অত্যন্ত মৰ্মাহত আৰু শোকত ম্ৰিয়মাণ হৈ আজি ২০/০৯/২০২৫...
20/09/2025

অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী 'জুবিন গাৰ্গ'ৰ আকস্মিক অকাল মৃত্যুত অত্যন্ত মৰ্মাহত আৰু শোকত ম্ৰিয়মাণ হৈ আজি ২০/০৯/২০২৫ তাৰিখে পবতীয়া আদৰ্শ মজলীয়া বিদ্যালয় পৰিয়ালে তেখেতলৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিদেহ্‌ আত্মাৰ সদ্‌গতি কামনাৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়

শিক্ষক দিৱস, ৫ছেপেম্বৰ ২০২৫
11/09/2025

শিক্ষক দিৱস, ৫ছেপেম্বৰ ২০২৫

15/08/2025

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Parbatia Adarsha Middle School, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category