Voluka -ভলুকা Coding School

Voluka -ভলুকা  Coding School

Share

Training School of Coding , Robotics, STEM , CAD/CAM, PLC for Class V to Engineering Students at Jo

28/03/2026

ভলুকা কডিং স্কুলৰ দ্বাৰা এখনি অনলাইন ৰবটিক্চ আৰু কডিংৰ কৰ্মশালা আয়োজন কৰিছো। ইচ্ছূক ষষ্ঠ শ্ৰেনীৰ ওপৰৰ সকলো ছাত্ৰ-ছাত্ৰী যোগদান কৰিব পাৰিব। সময়টো আমি সকলো ছাত্ৰ-ছাত্ৰী লগত মিলি ঠিৰাং কৰা হব।
তলৰ ৱাটচেপ নম্বৰটো বা বাৰকডটোক স্কেন কৰি গ্ৰুপত যোগদান কৰিবলৈ অনুৰোধ কৰিলো।

ধন্যবাদ...।

18/12/2025

This is a remarkable achievement by our students, and the Voluka community deserves to be applauded.
ভলুকা কডিং স্কুল পৰিয়ালৰে ভলুকা ভৱন স্মাৰ্ট স্কুলৰ তিনিজন ছাত্ৰ-ছাত্ৰীয়ে, সদ‍্য ঘোষিত বিজ্ঞান অলিম্পিয়াড ফাউন্ডেশন ৰ সাধাৰ জ্ঞানৰ বিষয় পৰীক্ষাত সোনৰ পদক লাভ কৰি ভলুকা পৰিয়ালক গৌৰাম্বিত কৰিছে।
তেওঁলোক সকলোৰে ভবিষ‍্যৎ উন্নতি কামনা কৰিলো।

Thank you .......
VBSS

14/04/2025

🙏🙏🌹🌹 আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো 👍👍🌹🌹
ধন‍্যবাদ
ভলুকা কডিং স্কুল, যোৰহাট

18/11/2024
18/11/2024

Nabeel is from Rajasthan…

18/11/2024

Srihari is from Kerala and living in Qatar 🇶🇦

18/11/2024

Dakash from Gujarat

03/08/2024

ভলুকা কডিং স্কুলৰ দ্বাৰা গত ২৮/৭/২৪ পৰা ২/৮/২৪ লৈকে অনুষ্ঠিত হোৱা ৰবটিকচ আৰু কডিং কৰ্মশালা

20/07/2024

2024 summer Robotics and Coding workshop, level-1 is ongoing.
Interested students may contact us.
Next workshop is 28th, 29th, 30th and 31st July 2024

06/07/2024

Voluka Coding School : Announcement
……………………………………………………….
আমি ২০২৪ বৰ্ষৰ গ্ৰীস্মকালীন অনলাইন ৰবটিক্চ আৰু কডিংৰ কৰ্মশালা ।
তাৰিখ: ১৫ জুলাই পৰা তিনিদিন।
মূল্য : ৩০০ টকা

ইচ্ছূক ষষ্ঠ শ্ৰেনী ওপৰৰ সকলো ছাত্ৰ-ছাত্ৰীক বিতং তথ্যৰ বাবে ⁨094358 58429⁩ WhatsApp কৰক।
ধন্যবাদ
ভলুকা কডিং স্কুল, যোৰহাট।

Want your school to be the top-listed School/college?

Telephone