Duliagaon Middle School, Jorhat

Duliagaon Middle School, Jorhat

Share

An Assamese medium School of Primary with Upper Primary located at Bahek Gaon, Jorhat

Photos from Duliagaon Middle School, Jorhat's post 24/06/2025

সদৌ অসম মজলীয়া শিক্ষক সন্থাৰ মহাৰজত জয়ন্তীৰ গৌৰৱোজ্বল কিছু মুহুৰ্ত।মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি যোৰহাট জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাই আয়োজন কৰা চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

Photos from Duliagaon Middle School, Jorhat's post 24/06/2025

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত দুলীয়া গাওঁ মজলীয়া বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত উদ্ যাপন কৰা হয়।

Photos from Duliagaon Middle School, Jorhat's post 24/06/2025

দুলীয়া গাঁও মজলীয়া বিদ্যালয়ত ৰাভা দিৱস উদ্ যাপন।

05/02/2025

দুলীয়া গাঁও মজলীয়া বিদ্যালয়ত ২১-১-২০২৫ তাৰিখে গুণোৎসৱ অনুষ্ঠিত হয়। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মিশ্ৰ মহোদয়, আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা বিজু ৰয় ডাঙৰীয়া বহি:মূল্যায়ক হিচাপে উপস্থিত থাকে ।তেওঁলোকৰ গৌৰৱময় উপস্থিতিয়ে আমাক আহ্লাদিত আৰু কৃতাৰ্থ কৰিলে।

Photos from Duliagaon Middle School, Jorhat's post 05/02/2025
01/01/2025

দুলীয়া গাঁও মজলীয়া বিদ্যালয়, শংকৰ দেৱ প্ৰাইমেৰী বিদ্যালয়, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ৩০-১২-২০২৪ তাৰিখ সোমবাৰে বন্ধু বিদ্যালয় কাৰ্য্যসূচী সমাপন কৰা হয়।

27/11/2024

দুলীয়া গাঁও মজলীয়া বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত শিক্ষক দিৱস উদযাপন কৰা হয়। বিশেষকৈ অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীয়ে লোৱা পদক্ষেপ প্ৰশংসনীয়। এইদিনটোতে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক শিক্ষক শিক্ষয়িত্ৰী নকুল চন্দ্ৰ দত্ত, স্বপ্না দত্ত, আৰু মুকুলবেজবৰুৱা দেৱ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ বাবে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় সকলোকে উপকৃত কৰিলে। তেওঁলোকৰ পৰামৰ্শই আমাৰ ছাত্ৰ ছাত্ৰীৰ শিকন স্তৰ যথেষ্ট উন্নত কৰিলে বুলি অনুভৱ হয়। তেওঁলোকক শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ।

19/08/2024

SKILLING AND DIGITAL INITIATIVE DAY in Dulia gaon Middle school with Teacher Presents and student.

19/08/2024

CULTURAL DAY in Dulia gaon Middle school with Teacher Presents and student.

19/08/2024

SPORTS DAY Observation in Dulia gaon Middle with Teacher Presents and student.

Want your school to be the top-listed School/college in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address

Bahek Gaon
Jorhat
785004

Opening Hours

Monday 9am - 3:15pm
Tuesday 9am - 3:15pm
Wednesday 9am - 3:15pm
Thursday 9am - 3:15pm
Friday 9am - 3:15pm
Saturday 9am - 12:45pm