যমুনামুখ আছু

যমুনামুখ আছু Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from যমুনামুখ আছু, Jamunamukh.

শ্ৰদ্ধাৰ  ৰাইজ,        বিহু সংস্কৃতিৰ বিহু নাচ, বিহু গান, ঢোল, পেঁপা, গগনা বাদন ইত্যাদিক  অসমীয়া সমাজ জীৱনৰ নৱ প্ৰজন্মই ...
23/03/2024

শ্ৰদ্ধাৰ ৰাইজ,
বিহু সংস্কৃতিৰ বিহু নাচ, বিহু গান, ঢোল, পেঁপা, গগনা বাদন ইত্যাদিক অসমীয়া সমাজ জীৱনৰ নৱ প্ৰজন্মই আঁকোৱালি লব পৰাকৈ যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাই বৃহত্তৰ যমুনামুখ বাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰৰ বাবে যমুনামুখত সাত দিনীয়া কাৰ্যসূচীৰে বিহুৰ কৰ্মশালা(আখৰা)ৰ আয়োজন কৰিছো।
গতিকে সকলোৱে আপোনলকৰ নিজ নিজ অঞ্চলত তথা নিজ অঞ্চলৰ বিদ্যালয় বোৰত এই কৰ্মশালাৰ খবৰটো বিয়পাই লৰা-ছোৱালী বোৰক উৎসাহিত কৰাৰ লগতে লগতে আমাক সহায় সহযোগ তথা দিহা পৰামৰ্শ প্ৰদান কৰি আমাৰ এই প্ৰচেষ্টাক সাফল্যমণ্ডিত হোৱাত সহায় কৰে যেন।
ধন্যবাদেৰে-- যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থা।
(অনুগ্ৰহ কৰি share কৰি দিব পোষ্টটো)

12/03/2024
কা' আমি মনা নাছিলোঁ ।কা' আমি মনা নাই।কা' আমি নামানো।শ্বহীদৰ ত্যাগক অথলে যাব দিয়া নহব। জাতিধ্বংসী,সাম্প্ৰদায়িক, সংবিধানবি...
12/03/2024

কা' আমি মনা নাছিলোঁ ।
কা' আমি মনা নাই।
কা' আমি নামানো।

শ্বহীদৰ ত্যাগক অথলে যাব দিয়া নহব। জাতিধ্বংসী,সাম্প্ৰদায়িক, সংবিধানবিৰোধী কা' বাতিল নকৰা পৰ্য্যন্ত সংগ্ৰাম অব্যাহত থাকিব।

11/06/2023
08/09/2022
05/09/2022

জ্ঞানৰ পোহৰ বিলাই উঠি অহা নৱপ্ৰজন্মক সমাজত সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষাগুৰু সকলৰ অৱদান অপৰিসীম।আজিৰ এই পবিত্ৰ দিনটোত জন্ম লাভ কৰা স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি, একেধাৰে দাৰ্শনিক,সু-বক্তা তথা শিক্ষক ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণ দেৱক একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰত্যেকজন মানৱ সম্পদ গঢ়োতা শিক্ষাগুৰুক এই পবিত্র দিনটোত আন্তৰিক শ্ৰদ্ধা,সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

12/06/2021
যোৱা কালি ইং ২৭-০৮-২০২০ত হৈ যোৱা সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক কাকী অধিবেশনত হোজাই জিলাৰ পৰা সদৌ অসম ছাত্ৰ স...
28/09/2020

যোৱা কালি ইং ২৭-০৮-২০২০ত হৈ যোৱা সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক কাকী অধিবেশনত হোজাই জিলাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে মনোনীত হোৱা শ্ৰীযুত পংকজ দাসক যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ।
✊জয় আই অসম✊

আজি ৯৪ তম জন্ম দিৱসত আমি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাই  শ্ৰদ্ধাৰে সোৱৰিছোঁ গণশিল্পী ড॰ ভূপেন হাজৰিকা দেৱক ।   ।।জয় আই অস...
08/09/2020

আজি ৯৪ তম জন্ম দিৱসত আমি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধাৰে সোৱৰিছোঁ গণশিল্পী ড॰ ভূপেন হাজৰিকা দেৱক ।
।।জয় আই অসম।।

এগৰাকী কিংবদন্তিক আমি একেবাৰে হেৰুৱালোঁ।আমি ৰাজনৈতিক সংস্কৃতি শিকিবলগীয়া ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ,প্ৰাক্তন ৰাষ্ট্ৰপতি,ভা...
31/08/2020

এগৰাকী কিংবদন্তিক আমি একেবাৰে হেৰুৱালোঁ।আমি ৰাজনৈতিক সংস্কৃতি শিকিবলগীয়া ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ,প্ৰাক্তন ৰাষ্ট্ৰপতি,ভাৰত ৰত্ন আমাৰ দেশৰ গৌৰৱ শ্ৰদ্ধাৰ প্ৰণৱ মুখাৰ্জীদেৱৰ বিদেসি আত্মাৰ সদ্গতি কামনা কৰিলোঁ ৷

Address

Jamunamukh

Website

Alerts

Be the first to know and let us send you an email when যমুনামুখ আছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share