NH NewsHunt

NH NewsHunt “News Hunt – Discover the Truth.”

ভয়ংকৰ বানৰ কবলত উজনি অসম। বানত প্ৰাণ হেৰুওৱা লোকৰ সঠিক তথ্য নাই। নিৰুদ্দেশ অগণন শিশু, মহিলা, আবাল - বৃদ্ধ। এই সময়ত উজনিৰ...
23/07/2026

ভয়ংকৰ বানৰ কবলত উজনি অসম। বানত প্ৰাণ হেৰুওৱা লোকৰ সঠিক তথ্য নাই। নিৰুদ্দেশ অগণন শিশু, মহিলা, আবাল - বৃদ্ধ। এই সময়ত উজনিৰ মন্ত্ৰী-বিধায়ক সকলে গুৱাহাটীত ৰাহুল গান্ধীৰ বিৰুদ্ধে ধৰ্ণাত বহিছে। বিপৰীতে মিঞা বদৰুদ্দিন আজমলে কোটি টকাৰ সাহায্য সামগ্ৰী লৈ গৈ বন্যাৰ্তৰ মাজত বিতৰণ কৰিছে। আজমল ফাউণ্ডেচন, আজমল পৰিয়ালৰ মাৰ্কাজুল মা আৰিফৰ কেইবাশ কৰ্মচাৰীয়ে যুদ্ধকালীন তৎপৰতাৰে বিতৰণ কৰিছে খাদ্য সামগ্ৰী, কাপোৰ, ঔষধ, চেনিটাৰী পেড ইত্যাদি।

অসমৰ প্ৰলয়ংকাৰী বানৰ কেইখনমান জিয়া ছবি। বানাক্ৰান্তৰ দুৰৱস্থা...
22/07/2026

অসমৰ প্ৰলয়ংকাৰী বানৰ কেইখনমান জিয়া ছবি। বানাক্ৰান্তৰ দুৰৱস্থা...

জন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰী সকলক ওপৰত মাৰপিট কৰা এই সকল কোন?আপোনাৰ মন্তব্য জনাওক -
22/07/2026

জন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰী সকলক ওপৰত মাৰপিট কৰা এই সকল কোন?

আপোনাৰ মন্তব্য জনাওক -

Security forces clampdown on protesters as Delhi police lathi-charged hundreds near Jantar Mantar. Cockroach Janta Party...
20/07/2026

Security forces clampdown on protesters as Delhi police lathi-charged hundreds near Jantar Mantar. Cockroach Janta Party, in a post on X, has condemned the forces' reaction to the protest, calling it "the absolute cruelty and heartlessness of the regime," which will be remembered by this generation.

Photos: Suraj Singh Bisht Suraj Singh Bisht

sonamwangchuk jantarmantar parliamentmonsoonsession

গুজৰাট গেঙৰ বদমাছি মন কৰক - ৮০ টকাত বিক্ৰী কৰিব লগা পেট্ৰল বিক্ৰী কৰিছে ১৬৭ টকাত                                        ...
19/07/2026

গুজৰাট গেঙৰ বদমাছি মন কৰক - ৮০ টকাত বিক্ৰী কৰিব লগা পেট্ৰল বিক্ৰী কৰিছে ১৬৭ টকাত
∆∆∆∆∆∆∆

দুটামান তথ্য মন কৰিব - গুজৰাট গেং চৰকাৰে আপোনাৰ বাবে বজাৰত মুকলি কৰা বিশুদ্ধ পেট্ৰলৰ মূল্য লিটাৰত ১৭০ টকা | সেই গুজৰাট গেঙ চৰকাৰে ভূটানক সেই বিশুদ্ধ পেট্ৰল বিক্ৰী কৰে লিটাৰত ৫২ টকাত | শ্ৰীলংকা আৰু নেপালক বিক্ৰী কৰে লিটাৰত ৫৬ টকাত |

গুজৰাট গেঙে পেট্ৰলৰ নামত ভাৰতীয় জনসাধাৰণৰ পৰা লুট-পাত কৰিবলৈ কেনে বদমাছি কৰিলে মন কৰিলেলে ? পেট্ৰলৰ মূল্য বৃদ্ধি কৰিবৰ বাবেই ২০ শতাংশ ইথানল মিহলি পেট্ৰল বজাৰত মুকলি কৰি সৰ্বসাধাৰণক জ্বলা-কলা খোৱালে | ভাৰতীয় তৈল কোম্পানী সমূহে ৪২.৮০ টকাত উৎপাদন কৰা বিশুদ্ধ পেট্ৰল বজাৰৰ দুই -এটা কোণত মুকলি কৰি দিলে লিটাৰত ১৬৭ টকাৰ পৰা ১৭০ টকা মূল্যত | অথচ চৰকাৰৰ সকলো টেক্স সহ এই বিশুদ্ধ পেট্ৰলক প্ৰতি লিটাৰৰ মূল্য হব লাগে ৭৫ৰ পৰা ৮০ টকা | সমান্তৰাল ভাবে ইথানল মিহলি পেট্ৰলৰ বিৰোধীতা কৰি গুজৰাট গেঙৰ প্ৰতিনিধি কাষ চাপিল আদালতৰ | সকলোৱে জানে - আদালত নিয়ন্ত্ৰক সকল গুজৰাট গেঙৰ পৰম মিত্ৰ | ৰাজকোষৰ ধনেৰে গুজৰাট গেঙৰ লগত বিদেশ ফুৰে- বিদেশত একেলগে খেলে | গতিকে গুজৰাট গেঙৰ পৰিকল্পনা মতে আদালতে চৰকাৰক নিৰ্দেশ দিলে - পেট্ৰল পাম্পত গ্ৰাহকৰ বাবে ২০শতাংশ ইথানল মিহলি পেট্ৰলৰ লগতে বিশুদ্ধ পেট্ৰল বিক্ৰীৰ ব্যৱস্থা থাকিব লাগিব | গুজৰাট গেঙৰ নিয়ন্ত্ৰিত চৰকাৰেওঁ আদালতৰ কথাত হয়-ভৰ দি ঘোষণা কৰিলে- বিনা বিলম্বে সকলো পেট্ৰল পাম্পত দুই প্ৰকাৰৰ পেট্ৰল পাব | এতিয়া গুজৰাট গেঙৰ বদমাছি বুজিলনে ? কোনেনো বাৰু নিজৰ লাখ-কোটি টকীয়া গাড়ী খন বৰ্বাদ কৰিবলৈ ১০৫ টকা দি E20 পেট্ৰল কিনিব ! সকলোৱে ১৬৭-১৭০ টকা দি পেট্ৰল কিনি গাড়ী চলাবলৈ বাধ্য হব | পেট্ৰলৰ এই আকাশলঙ্ঘী মূল্য বৃদ্ধি আৰু লৈ জনতাৰ মাজত প্ৰতিক্ৰিয়া নহব |

- জেষ্ঠ সাংবাদিক পঙ্কজ দোৱাৰা

18/07/2026

BJP नेता की बेटी CJP प्रोटेस्ट में!!

Democracy in ICU
18/07/2026

Democracy in ICU

11/07/2026

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশগ্ৰহণ অসমৰ পলাক্ষী দাসৰ

বিতৰ্কৰ পাছত মুকলি হ'ল অসম বিধানসভাৰ নতুন ল'গ'।
06/07/2026

বিতৰ্কৰ পাছত মুকলি হ'ল অসম বিধানসভাৰ নতুন ল'গ'।

05/07/2026

জন্তৰ মন্তৰত উপস্থিত হয় আপৰ সাংসদ সঞ্জয় সিং

Address


Alerts

Be the first to know and let us send you an email when NH NewsHunt posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share