BAS madrassa higher secondary school, saniadi

BAS madrassa higher secondary school, saniadi Class - vi to xii , xii - only on arts

14/10/2025

19/07/2024

অসম গণ পৰিষদৰ এগৰাকী প্ৰবীণ সৈনিক, বিশিষ্ট শিক্ষাবিদ, অগপৰ কলিতাকুছি আঞ্চলিক পঞ্চায়ত সমিতিৰ প্ৰাক্তন সভাপতি, হাজোৰ বামুণবড়ী গাঁও নিবাসী জুলহাছ আলী ডাঙৰীয়াৰ বিয়োগৰ খবৰটোত অত্যন্ত মৰ্মাহত হৈছোঁ। তেওঁৰ বিয়োগ অঞ্চলটোৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক, তাৰ বাবে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ঔঁ শান্তি!

🙏
27/06/2024

🙏

অসম গণ পৰিষদৰ এগৰাকী প্ৰবীণ সৈনিক, বিশিষ্ট শিক্ষাবিদ, অগপৰ কলিতাকুছি আঞ্চলিক পঞ্চায়ত সমিতিৰ প্ৰাক্তন সভাপতি, হাজোৰ বামুণবড়ী গাঁও নিবাসী শ্ৰী জুলহাছ আলী ডাঙৰীয়া শাৰীৰিক অসুস্থতাৰ বাবে সম্প্ৰতি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আজি চিকিৎসালয়খনত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ অৱস্থাৰ খবৰ লওঁ। তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ।

ঈদৰ শুভেচ্ছাৰে Registration কৰিব । 👇Link :- https://www.britannia1.com/ #/pages/register/register?id=428053
12/04/2024

ঈদৰ শুভেচ্ছাৰে Registration কৰিব । 👇
Link :- https://www.britannia1.com/ #/pages/register/register?id=428053

13/07/2022
07/07/2022
30/06/2022
28/06/2022
27/06/2022
25/06/2022

২৭ জুনত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা ~ মুখ্যমন্ত্ৰীৰ

Address

Hajo

Opening Hours

Monday 8:30am - 2:30pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 12pm

Website

Alerts

Be the first to know and let us send you an email when BAS madrassa higher secondary school, saniadi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category