HBM Learning Zone

HBM Learning Zone General Knowledge, Current Affairs

অসমীয়া প্ৰতিদিন কাকত২৭/১০/২০২৫
27/10/2025

অসমীয়া প্ৰতিদিন কাকত
২৭/১০/২০২৫

আপোনালোকৰ অংশগ্ৰহণ তথা উপস্থিতিয়ে আমাক উৎসাহিত আৰু কৃতাৰ্থ কৰিব।
25/10/2025

আপোনালোকৰ অংশগ্ৰহণ তথা উপস্থিতিয়ে আমাক উৎসাহিত আৰু কৃতাৰ্থ কৰিব।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই, ২৬ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হʼব লগীয়া কুইজ প্ৰতিযোগিতাখনৰ পূৰ্বতে ন...
14/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই, ২৬ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হʼব লগীয়া কুইজ প্ৰতিযোগিতাখনৰ পূৰ্বতে নিৰ্ধাৰণ কৰা বিষয়ৰ সৈতে জুবিন গাৰ্গ বিষয়ক কুইজো অন্তৰ্ভুক্ত কৰা হʼব। আপোনালোকৰ উপস্থিতি সহৃদয়তাৰে কামনা কৰিলোঁ।

কুইজৰ বিষয়: অসমীয়া সাহিত্য, কলা-সংস্কৃতি, চলচ্চিত্ৰ, সংগীত তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

06/09/2025
28/08/2025

প্ৰয়াত হিমাংশু বৰদলৈৰ সোঁৱৰণত

ʼʼহিমাংশু বৰদলৈ সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতাʼʼ

শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

স্হান: বিষ্ণু নিৰ্মলা ভৱন, লতাশিল, উজানবজাৰ, গুৱাহাটী-৭৮১০০১
দিনাংক: ২৬ অক্টোবৰ, ২০২৫, ৰবিবাৰ
সময়: দিনৰ ১০:০০ বজা
ভৰ্তি মাচুল: বিনামূলীয়া

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when HBM Learning Zone posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share