অসমীয়া Finance Gyaan

অসমীয়া Finance Gyaan Read all scheme related documents carefully. Stock market investments are subject to market risks. Past performance is not indicative of future returns.

আমি এই পৃষ্ঠাত ব্যক্তিগত বিত্ত, বিনিয়োগ, মিউচুৱেল ফাণ্ড আৰু আনুষংগিক বিষয়ৰ বিষয়ে আলোচনা কৰোঁ।

Rajiv Lochan Bikash Roy, AMFI registered mutual fund distributor | ARN - 144296 | Certified Research Analyst - NISM Series XV ড° ৰাজীৱ এল বি ৰয় এজন NISM প্ৰমাণিত equity research analyst, AMFIৰ পঞ্জীয়নভুক্ত মিউচুৱেল ফাণ্ড বিতৰক, আৰু ভাৰতীয় শ্বেয়াৰ বজাৰৰ ছখন কিতাপৰ লেখক। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ PhD ডিগ্ৰীধাৰী তেওঁ ২০১৬ চনত পেছাদাৰী কেৰিয়াৰ এৰি শ্বেয়াৰ বজাৰৰ প্ৰতি থকা আকৰ্ষণক আগুৱাই লৈ যায়, যিটো ২০০৯ চনৰ পৰা আৰম্ভ হৈছিল।

Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments, The Bhagavad Gita of Option Trading আৰু অসমীয়া পুথি যেনে দালাল পথত এক আভুমুকি, জীৱিকাৰ বাবে ডে ট্ৰেডিং আদিকে ধৰি কেইবাখনো জনপ্ৰিয় গ্ৰন্থ লিখিছে।

ড° ৰয়ে তেওঁৰ ইউটিউব চেনেল — Updex (হিন্দী) আৰু Updex (অসমীয়া)ৰ জৰিয়তে তেওঁৰ জ্ঞান বিলায় য’ত তেওঁ সকলো স্তৰৰ শিক্ষাৰ্থীৰ বাবে ষ্টক মাৰ্কেটৰ ধাৰণা সৰল কৰি তোলে।


Risk Disclosure / Statutory Warning:

I am Rajiv Lochan Bikash Roy, AMFI-registered Mutual Fund Distributor (ARN: 144296)

Mutual fund investments are subject to market risks. There is no guarantee of returns. Content shared here is for educational purposes only and does not constitute investment advice, recommendation, or solicitation to buy/sell securities. I do not provide personalized financial advice or financial planning services. Consult a SEBI-registered Investment Adviser for specific recommendations. Investments in securities are volatile and can result in loss of principal. Please assess your risk appetite and conduct independent research. Commission received from mutual fund sales may influence recommendations (if any). For grievances, contact AMFI or SEBI: [sebi.gov.in] or [amfiindia.com].

📈 August-ত Mutual Fund industry-লৈ ৫ লাখৰো অধিক নতুন investor!Investor base, folios, AUM আৰু SIP—সকলোতে growth দেখা গৈছে...
29/09/2026

📈 August-ত Mutual Fund industry-লৈ ৫ লাখৰো অধিক নতুন investor!
Investor base, folios, AUM আৰু SIP—সকলোতে growth দেখা গৈছে। 🚀

28/09/2026

📊💰৫ লাখ নতুন বিনিয়োগকাৰী, ২৬.৫৪ নতুন ফলিঅ’ আৰু বহুতো। AMFI আগষ্টৰ তথ্য

🧠 **Saturday Quiz | 26 September 2026**SIP-ত **Step-Up SIP**-ৰ মূল সুবিধা কি? 🤔👇 **A, B, C নে D?** Comment-ত আপোনাৰ উত্ত...
26/09/2026

🧠 **Saturday Quiz | 26 September 2026**

SIP-ত **Step-Up SIP**-ৰ মূল সুবিধা কি? 🤔
👇 **A, B, C নে D?** Comment-ত আপোনাৰ উত্তৰ দিয়ক!

25/09/2026

💡 SIP মানে Mutual Fund নহয়—ই এটা investment method!
What is SIP Assamese? 📈

🚨 IndusInd Bank-ৰ ওপৰত ₹১ কোটি penalty!Insurance customers-ৰ বাবে proper grievance/complaint system নথকাৰ বাবে IRDAI-ৰ এ...
24/09/2026

🚨 IndusInd Bank-ৰ ওপৰত ₹১ কোটি penalty!
Insurance customers-ৰ বাবে proper grievance/complaint system নথকাৰ বাবে IRDAI-ৰ এই পদক্ষেপ। এই ঘটনাই customer service আৰু regulatory compliance-ৰ গুৰুত্ব দেখুৱাইছে।

📢 দুটা নতুন ETF NFO!Zerodha Nifty Next 100 ETF আৰু HDFC FTSE India Equity ETF—দুয়োটাই Open-Ended ETF। 📈                ...
24/09/2026

📢 দুটা নতুন ETF NFO!
Zerodha Nifty Next 100 ETF আৰু HDFC FTSE India Equity ETF—দুয়োটাই Open-Ended ETF। 📈

23/09/2026

📊💰AMFIৰ তথ্য অনুসৰি ২০২৬ চনৰ আগষ্ট মাহৰ বাবে বিভিন্ন Equity Schemeত মিউচুৱেল ফাণ্ড ফাণ্ডৰ প্ৰবাহ

ভাৰতীয় পৰিয়ালৰ Saving Habit সলনি হৈছে!কেৱল টকা সুৰক্ষিত ৰখাৰ পৰা এতিয়া Financial Goals পূৰণৰ বাবে Investing-ৰ দিশে ধা...
22/09/2026

ভাৰতীয় পৰিয়ালৰ Saving Habit সলনি হৈছে!
কেৱল টকা সুৰক্ষিত ৰখাৰ পৰা এতিয়া Financial Goals পূৰণৰ বাবে Investing-ৰ দিশে ধাৱমান হৈছে household savings। 📈🎯

📊 April–August 2026-ৰ Mutual Fund equity inflows-ত কি trend দেখা গৈছে?Small Cap আৰু Mid Cap-ত strong inflows অব্যাহত, আন...
22/09/2026

📊 April–August 2026-ৰ Mutual Fund equity inflows-ত কি trend দেখা গৈছে?
Small Cap আৰু Mid Cap-ত strong inflows অব্যাহত, আনহাতে Large Cap-ত শেষ দুমাহত outflow দেখা গৈছে। 📈

21/09/2026

🎯📈আপোনাৰ SIP কিমানটা আছে সেয়া ডাঙৰ কথা নহয়—আপোনাৰ goals আৰু portfolio structure-ৰ সৈতে SIPবোৰ মিলিছে নে নাই, সেইটোহে গুৰুত্বপূৰ্ণ।

Address

Hoouse No. 08, Zoo Road
Guwahati
781024

Alerts

Be the first to know and let us send you an email when অসমীয়া Finance Gyaan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category