20/05/2026
Asom Sikshak Prasikshan Mahabidyalaya expressed a highly positive experience regarding the M.Ed. Internship Programme conducted under Gauhati University from 27th April 2026 to 16th May 2026. The institution stated that the internship programme created a vibrant academic environment and encouraged meaningful interaction between the trainees, faculty members and students.
According to the college, the M.Ed. trainees actively participated in various academic and institutional activities with sincerity, discipline and enthusiasm. Their involvement in classroom observation, educational discussions and institutional functioning reflected a genuine interest in the field of teacher education and research.
The college also acknowledged that the internship programme helped in strengthening academic cooperation and promoted the exchange of innovative ideas related to teaching-learning processes, educational administration and professional development. The institution appreciated the positive attitude, regularity and cooperative behaviour demonstrated by the trainees throughout the internship period.
Overall, Assam Sikshak Prasikshan Mahabidyalaya considered the internship programme to be successful, enriching and academically beneficial and expressed gratitude to Gauhati University for providing the opportunity to host the M.Ed. trainees during the internship period.
18/05/2026
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অন্যতম উদ্যোক্তা, বিশিষ্ট আইনজ্ঞ, শিক্ষাবিদ ডঃ ভূৱন বৰুৱা আকস্মিক বিয়োগত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁ পৰে। আজি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক শোক সভাত প্ৰয়াত বৰুৱাদেৱৰ কৰ্মৰাজিৰ স্মৃতি ৰোমন্থন কৰি মহাবিদ্যালয়ৰ কতৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰী সকলো মিলি এক মিনিটৰ মৌন প্ৰাৰ্থনাৰে বৰুৱাদেৱৰ আত্মাৰ সদগতিৰ কামনা কৰে।
09/05/2026
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ FYUGP(Arts)ৰ ২০২৫-২৬ শিক্ষাবর্ষৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বহু সংখ্যক শিক্ষাৰ্থীয়ে ৬০% ৰ ওপৰত নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ভিতৰত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই সফলতাই শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম, শিক্ষকৰ নিৰ্দেশনা আৰু মহাবিদ্যালয়খনৰ গুণগত শিক্ষাব্যৱস্থাৰ প্ৰতিফলন বহন কৰে। মহাবিদ্যালয় পৰিয়ালে সকলো সফল শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে।
25/04/2026
অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত FYUGP (Arts) শাখাত ভৰ্তিৰ বাবে যোগ্য HS উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে। ভৰ্তি প্ৰক্ৰিয়া "Samarth Portal" ৰ জৰিয়তে সম্পন্ন কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে অতি শীঘ্ৰে আবেদন সম্পন্ন কৰাৰ লগতে অধিক তথ্যৰ বাবে কাৰ্যালয়ৰ কাৰ্যসময়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আসন সীমিত, সেয়ে সময়মতে আবেদন জনোৱা অত্যন্ত প্ৰয়োজনীয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক: 9864882898/ 8638126228/ 9864108679.
27/03/2026
The Institution observed Film Festival on the occasion of World Theatre Day on 27th March,2026.
25/03/2026
A one-day workshop on Teaching Learning Material (TLM).
20/03/2026
"বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ'লে বিনাবা কাক''
The IQAC cell of Asom Sikshak Prasikshan Mahabidyalaya organised a five- day workshop of "Bihu Nach" and "Dhol Badon" for preserving and celebrating the rich cultural heritage.The event saw enthusiastic participation from students of the institution as well as the external learners and it concluded as a great success with valuable collaboration of the faculty members.
09/03/2026
International Women's Day, 2026.
28/02/2026
Celebration National Science Day, 2026.
24/02/2026
A one day "Book Fair" was organised by Asom Sikshak Prasikshan Mahabidyalaya on 24th February, 2026. The Book Fair was inaugurated by the Respected Shri Hemanta Choudhury O.S.D. of Chief Minister of Assam.
21/02/2026
International Mother Language Day
Celebration, 2026.